ETV Bharat / sports

বাজেট 2020 : ক্ৰীড়াখণ্ডলৈ 2826.92 কোটি টকাৰ আৱন্টন - বিত্তমন্ত্ৰী

শনিবাৰে উত্থাপন কৰা বাজেটত ক্ৰীড়াখণ্ডক প্ৰদান কৰা হৈছে 2826.92 কোটি টকা ৷ যুৱ খেলুৱৈৰ উত্থানৰ বাবে খেলো ইণ্ডিয়ালৈ প্ৰদান কৰা হৈছে 291.42 কোটি টকা ৷

ক্ৰীড়াখণ্ডলৈ 2826.92 কোটি টকাৰ আৱন্টন
বাজেট 2020
author img

By

Published : Feb 1, 2020, 11:59 PM IST

স্পৰ্টছ ডেস্ক, 1 ফেব্ৰুৱাৰী : শনিবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় বাজেটত 2020-21 বিত্তীয়বৰ্ষৰ বাবে ক্ৰীড়া বাজেটত ধাৰ্য কৰা হৈছে 2826.92 কোটি টকা ৷ 2019-20 বিত্তীয় বৰ্ষৰ বাজেটতকৈ এই বৰ্ষৰ বাজেটত 50 কোটি টকা বৃদ্ধি কৰা হৈছে ৷ আনহাতে, যুৱ খেলুৱৈৰ উত্থানৰ বাবে খেলো ইণ্ডিয়ালৈ প্ৰদান কৰা হৈছে 291.42 কোটি টকাৰ বাজেট ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া মহাসংঘলৈ 245.00 কোটি টকাৰ আৱন্টন কৰা হয় ৷ এই আৱন্টন 2019-20 বৰ্ষৰ তুলনাত 55 কোটি টকা কম ৷ সেই বৰ্ষত 300.85 কোটি টকা আৱন্টন কৰা হৈছিল ৷ ক্ৰীড়াবিদক প্ৰদান কৰা জলপানি 111 কোটিৰ পৰিৱৰ্তে 70 কোটিলৈ হ্ৰাস পায় ৷ আনহাতে, ৰাষ্ট্ৰীয় ক্ৰীড়া উন্নয়ন নিধিৰ ধনো 77.15 কোটিৰ পৰা 50.00 লৈ হ্ৰাস কৰা হয় ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া বাজেট
খেলো ইণ্ডিয়ালৈ 291.42 কোটি টকা

2020-21 ক্ৰীড়া বাজেটৰ উল্লেখনীয় পইন্ট -

2826.92 কোটি টকাৰ আৱন্টন
ক্ৰীড়া বাজেট
  • * ভাৰতীয় ক্ৰীড়া পৰিষদলৈ (SAI) 615 কোটিৰ পৰিৱৰ্তে 500 কোটি আৱন্টন ঘোষণা কৰা হয় ৷
  • * জম্মু-কাশ্মীৰৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবে কোনো নতুন আৱন্টন অন্তৰ্ভূক্ত কৰা নাই ৷
  • * Laxmi Bai National Institute of Physical Education য়ে পূৰ্বৰ বৰ্ষতকৈ 5 কোটি বেছি টকা লাভ কৰিব ৷ অৰ্থাৎ 55 কোটি টকা আৱন্টন কৰা হৈছে ইনষ্টিটিউটলৈ ৷
  • * 2019-20 বিত্তবৰ্ষত প্ৰদান কৰা 2216.92 কোটি টকাৰ আৱন্টনৰ পৰিৱৰ্তে এই বৰ্ষত প্ৰদান কৰা হৈছে 2776.92 কোটি টকা ৷

আৰু পঢ়ক : নিউজিলেণ্ডত জৰিমনাৰ সন্মুখীন ভাৰতীয় দল

Intro:Body:

New Delhi: The Union Government of India, on Saturday, allocated Rs 2826.92 crore to sports budget for the 2020-21 financial year. The new sports budget has seen Rs 50 crore hike from the previous 2019-20 budget. 

The government gave a substantial hike of Rs 291.42 crore to its flagship Khelo India programme for the development of sports at the grassroots and youth level, which meant that most of the other heads got reduced allocation in an Olympic year.

The highest reduction was for National Sports Federations with Rs 245.00 crore being allocated in the union budget presented by Finance Minister Nirmala Sitharaman, Rs 55 crore less than the revised Rs 300.85 for 2019-20.

As far as incentives for sportspersons are concerned, the budget has proposed to slash the amount from Rs 111 crore to Rs 70 crore. The budget for the National Sports Development Fund also got reduced to Rs 50.00 from the earlier Rs 77.15 crore.

The government also reduced the allocation to Sports Authority of India (SAI) from the revised Rs 615 crore to Rs 500 crore. The SAI is the nodal organisation to manage nationals camps, provide infrastructure, equipment and other logistics to the country’s sportspersons.

The allocation for the 2010 Commonwealth Games-SAI stadia renovation was also slashed to Rs 75 crore from Rs 96 crore last year.

National Welfare Fund for Sportspersons will continue to get the same amount of Rs 2 crore as earlier, while, at Rs 50 crore, there was also no change in the allocation for the enhancement of sports facilities in Jammu and Kashmir.

Laxmi Bai National Institute of Physical Education will, however, get Rs 55 crore, Rs 5 crore more than the last budget.

In the budget for 2019-20, Rs 2216.92 was allocated for sports but it was later revised to 2776.92.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.