স্পৰ্টছ ডেস্ক, 18 ডিচেম্বৰ : বেয়াৰ্ন মিউনিখ আৰু পোলেণ্ড ষ্ট্ৰাইকাৰ ৰবাৰ্ট লেৱানডাউস্কীয়ে ক্ৰিষ্টিয়ানো ৰ'নাল্ডো আৰু লিয়নেল মেছীক পৰাস্ত কৰি ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰিছে ৷ আনহাতে, মানচেষ্টাৰ চিটী আৰু ইংলেণ্ডৰ ডিফেণ্ডাৰ লুচী ব্ৰঞ্জে লাভ কৰিছে শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান ৷ ক'ভিড-19 ৰ বাবে এই অনুষ্ঠান ভাৰ্চুৱেল মাধ্যমেৰে আয়োজন কৰা হয় ৷
দুয়োগৰাকী খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে ফিফাৰ শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই সন্মান লাভ কৰা ব্ৰঞ্জ পঞ্চমগৰাকী খেলুৱৈ কিয়নো আমেৰিকাৰ কাৰ্লি লয়ডৰ পাচৰ পৰা প্ৰতিবছৰে এই সন্মান মহিলা শাখাত পৃথক খেলুৱৈয়ে লাভ কৰিছে ৷ আনহাতে, ৰ'নাল্ডো, মেছী আৰু ৰিয়েল মাদ্ৰিদৰ মিডফিল্ডাৰ লুকা মুড্ৰিকৰ পাছত লেৱানডাউস্কীয়ে হৈছে এই সন্মান লাভ কৰা তৃতীয়গৰাকী পুৰুষ খেলুৱৈ ৷
-
🏆 He's done it! @lewy_official overcomes two of the greatest players in history to become #TheBest FIFA Men's Player for the first time!
— FIFA.com (@FIFAcom) December 17, 2020 " class="align-text-top noRightClick twitterSection" data="
🔴 @FCBayern | @LaczyNasPilka 🇵🇱 pic.twitter.com/TK34hTXcsS
">🏆 He's done it! @lewy_official overcomes two of the greatest players in history to become #TheBest FIFA Men's Player for the first time!
— FIFA.com (@FIFAcom) December 17, 2020
🔴 @FCBayern | @LaczyNasPilka 🇵🇱 pic.twitter.com/TK34hTXcsS🏆 He's done it! @lewy_official overcomes two of the greatest players in history to become #TheBest FIFA Men's Player for the first time!
— FIFA.com (@FIFAcom) December 17, 2020
🔴 @FCBayern | @LaczyNasPilka 🇵🇱 pic.twitter.com/TK34hTXcsS
ইয়াৰোপৰি, লেৱানডাউস্কী আৰু ব্ৰঞ্জক অন্তৰ্ভূক্ত কৰা হৈছে পুৰুষ আৰু মহিলাৰ ওৱৰ্ল্ড 11 ত ৷ আনহাতে, পুৰুষৰ শাখাত শ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান লাভ কৰিছে লিভাৰপুলৰ মেনেজাৰ জাৰ্গেন ক্লপে ৷ মহিলাৰ শাখাত এই সন্মান লাভ কৰিছে নেডাৰলেণ্ড ৰাষ্ট্ৰীয় দলৰ ছাৰিনা ৱিয়েগমানে ৷ ৱিয়েগমানে দ্বিতীয়বাৰৰ বাবে দখল কৰিছে এই সন্মান ৷
-
🗣 "Staying modest, being prepared all the time, staying connected & this year of course was about being creative, agile & flexible in these very hard circumstances."
— FIFA Women's World Cup (@FIFAWWC) December 17, 2020 " class="align-text-top noRightClick twitterSection" data="
🇳🇱 #ICYMI here's @oranjevrouwen coach @wiegman_s's secret ingredients to winning #TheBest FIFA Women's Coach pic.twitter.com/s45E19cjvM
">🗣 "Staying modest, being prepared all the time, staying connected & this year of course was about being creative, agile & flexible in these very hard circumstances."
— FIFA Women's World Cup (@FIFAWWC) December 17, 2020
🇳🇱 #ICYMI here's @oranjevrouwen coach @wiegman_s's secret ingredients to winning #TheBest FIFA Women's Coach pic.twitter.com/s45E19cjvM🗣 "Staying modest, being prepared all the time, staying connected & this year of course was about being creative, agile & flexible in these very hard circumstances."
— FIFA Women's World Cup (@FIFAWWC) December 17, 2020
🇳🇱 #ICYMI here's @oranjevrouwen coach @wiegman_s's secret ingredients to winning #TheBest FIFA Women's Coach pic.twitter.com/s45E19cjvM
লেৱানডাউস্কীৰ বেয়াৰ্ন সতীৰ্থ আৰু জাৰ্মানীৰ গ'লকীপাৰ মেনুৱেল নিউয়াৰে ফিফাৰ শ্ৰেষ্ঠ পুৰুষ গ'লকীপাৰৰ সন্মান লাভ কৰিছে ৷ মহিলাৰ শাখাত এই সন্মান লাভ কৰিছে ফ্ৰান্স আৰু অলিম্পিক লিয়নেইছৰ ছাৰাহ বৌহাড্ডিয়ে ৷
-
🏆 @Manuel_Neuer is #TheBest FIFA Men's Goalkeeper 2020. Another trophy for 'The Wall'! 🧱
— FIFA.com (@FIFAcom) December 17, 2020 " class="align-text-top noRightClick twitterSection" data="
🔴 @FCBayern | @DFB_Team 🇩🇪 pic.twitter.com/zMxnikK3Bh
">🏆 @Manuel_Neuer is #TheBest FIFA Men's Goalkeeper 2020. Another trophy for 'The Wall'! 🧱
— FIFA.com (@FIFAcom) December 17, 2020
🔴 @FCBayern | @DFB_Team 🇩🇪 pic.twitter.com/zMxnikK3Bh🏆 @Manuel_Neuer is #TheBest FIFA Men's Goalkeeper 2020. Another trophy for 'The Wall'! 🧱
— FIFA.com (@FIFAcom) December 17, 2020
🔴 @FCBayern | @DFB_Team 🇩🇪 pic.twitter.com/zMxnikK3Bh
লগতে পঢ়ক : 2021 বৰ্ষৰ অষ্ট্ৰেলিয়ান অ’পেনৰ তাৰিখ ঘোষণা