ETV Bharat / sports

বোৰুছিয়া ডাৰ্টমোণ্ডৰ সৈতে সহযোগিতা ঘোষণা হায়দৰাবাদ এফ চিৰ

author img

By

Published : Aug 21, 2020, 4:53 PM IST

ISL ৰ পৰৱৰ্তী ছীজন 2020 বৰ্ষৰ নবেম্বৰ মাহৰ পৰা 2021 বৰ্ষৰ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ‘ব ৷ কৰ‘ণা ভাইৰাছ মহামাৰীৰ বাবে এক বন্ধ পৰিসৰৰ ভিতৰত খেলা হ‘ব ৷

Hyderabad FC announce partnership with Borussia Dortmund
বোৰুছিয়া ডাৰ্টমোণ্ডৰ সৈতে সহযোগীতা ঘোষণা হায়দৰাবাদ এফ চিৰ

নিউজ ডেস্ক, 21 আগষ্ট : নিউজ ডেস্ক, 21 আগষ্ট : ইণ্ডিয়ান চুপাৰ লীগ ক্লাৱ হায়দৰাবাদ এফ চিয়ে জাৰ্মানীৰ বোৰুছিয়া ডাৰ্টমোণ্ডৰ সৈতে সহযোগিতা সন্দৰ্ভত এক চুক্তি স্বাক্ষৰ কৰে ৷ দুয়োটা ক্লাৱে বৃহস্পতিবাৰে দুই বছৰৰ বাবে পৰস্পৰৰ মাজত সহযোগিতা কৰাৰ কথা ঘোষণা কৰে, যত 2025 পৰ্যন্ত অতিৰিক্ত বৰ্ষসমূহৰ বিস্তাৰ কৰাৰ বিকল্প ব্যৱস্থা আছে ৷ এই সহযোগিতাৰ জৰিয়তে, বোৰুছিয়া ডাৰ্টমোণ্ডে নিজৰ একাডেমীৰ কাৰ্যপ্ৰণালীৰ লগতে প্ৰশিক্ষণৰ বাবে হায়দৰাবাদ এফ চিৰ নিৰ্মাণ আৰু সমৰ্থনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব ৷

Hyderabad FC announce partnership with Borussia Dortmund
বোৰুছিয়া ডাৰ্টমোণ্ডৰ সৈতে সহযোগিতা ঘোষণা হায়দৰাবাদ এফ চিৰ

উল্লেখ্য যে, বোৰুছিয়া ডাৰ্টমোণ্ডে এই বৰ্ষত বোণ্ডেচলিগাত উপ-বিজেতা ৰূপে খিতাপ দখল কৰিছিল ৷ উল্লেখ্য যে, ISL ৰ পৰৱৰ্তি ছীজন 2020 বৰ্ষৰ নবেম্বৰ মাহৰ পৰা 2021 বৰ্ষৰ মাৰ্চৰ ভিতৰত আয়োজন হ‘ব ৷ য‘ত কৰ‘ণা ভাইৰাছ মহামাৰীৰ বাবে বন্ধ দুৱাৰৰ ভিতৰত খেলা হ‘ব ৷

লগতে পঢ়ক : গুজৰাট ATS ৰ জালত 2006 আহমেদাবাদ বোমা বিস্ফোৰণৰ অপৰাধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.