ETV Bharat / sports

'Enough is enough' বাৰ্তা প্ৰেৰণ চেল্সী খেলুৱৈৰ : মেচন মাউণ্ট

author img

By

Published : Jun 9, 2020, 2:02 PM IST

আফ্ৰিকান-আমেৰিকান নিৱাসী জৰ্জ ফ্লয়ডক শ্ৰদ্ধাঞ্জলি জ্ঞাপন চেল্সী ফুটবল ক্লাৱৰ খেলুৱৈ আৰু ষ্টাফ কৰ্মীৰ । অনুশীলন শিৱিৰৰ পূৰ্বে আঁঠুকাঢ়ি ক্লাৱটোৰ সদস্যৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

Chelsea players knelt down to spread message that 'enough is enough': Mason Mount

স্পৰ্টছ ডেস্ক, 9 জুনঃ আমেৰিকাত বৰ্বতাৰে হত্যা কৰা আফ্ৰিকান-আমেৰিকান নিৱাসী জৰ্জ ফ্লয়ডক শ্ৰদ্ধাঞ্জলি জ্ঞাপন চেল্সী ফুটবল ক্লাৱ দলৰ খেলুৱৈ আৰু ষ্টাৰ্ফ কৰ্মীৰ । এই কথা সদৰি কৰিছে চেল্সী দলৰ খেলুৱৈ মেচন মাউণ্টে । 'Black Lives Matter' অভিযানক সমৰ্থন কৰি আঁঠুকাঢ়ি "enough is enough" বাৰ্তা প্ৰেৰণ কৰা বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

যোৱা 2 জুনত অনুশীলন শিৱিৰৰ পূৰ্বে আঁঠুকাঢ়ি চেল্সীৰ খেলুৱৈ আৰু ষ্টাফ কৰ্মীয়ে জৰ্জ ফ্লয়ডক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল । তেওঁলোকে মানুহৰ বাবে এইজ (Humans) আখৰৰ গঠন কৰিছিল ।

ক্লাৱৰ অধিকাৰী ৱেবচাইটত মাউণ্টক উদ্ধৃত কৰি কোৱা হৈছে, এইটো এনে আছিল যিটো আমি কৰিবলৈ বিচাৰি আছিলো । যি চিত্ৰ আমি প্ৰদৰ্শন কৰিছিলো সেইটো স্বয়ং এটা শক্তিশালী বাৰ্তা আছিল । আমি সকলোৱে একেলগে থকাৰ দৰকাৰ আৰু সেইয়ে হে আমি Enough is enough বাৰ্তা দিবলৈ চেষ্টা কৰিছিলো ।

যোৱা 25 মে'ত বৰ্বতাৰে হত্য়া কৰা হৈছিল জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগবৰণৰ লোকজনক । আমেৰিকাৰ এগৰাকী আৰক্ষী বিষয়াৰ দ্বাৰা হত্যা কৰা হৈছিল তেওঁক । তাৰ পাচতেই উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছিল আমেৰিকাৰ ৱাছিংটনত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.