ETV Bharat / sports

আজি ৱাংখেৰেত ৰাজস্থানৰ বিৰুদ্ধে পাঞ্জাৱ কিংছ

আজি আই পি এলৰ চতুৰ্থখন মেচ ৷ ছিজনৰ চতুৰ্থ নম্বৰৰ মেচখনত ৰাজস্থানৰ মুখামুখি হ’ব পাঞ্জাৱ কিংছ ৷

author img

By

Published : Apr 12, 2021, 6:39 PM IST

ৱাংখেৰেত ৰাজস্থানৰ বিৰুদ্ধে পাঞ্জাৱ কিংছ

নিউজ ডেক্স, 12 এপ্ৰিল : সম্পূৰ্ণ কভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হোৱা আই পি এলৰ 2021 বৰ্ষৰ ছিজনৰ চতুৰ্থ নম্বৰ মেচখন সোমবাৰে অনুষ্ঠিত হ’ব ৷ দৰ্শকবিহীন মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া মেচখনত মূখামুখি হ’ব প্ৰথমবাৰৰ চেম্পিয়ন ৰাজস্থান ৰয়েলচ আৰু পাঞ্জাৱ কিংছে ৷

2021 ছিজনৰ আই পি এলত প্ৰথমবাৰৰ বাবে দুয়োদলে লীগ পৰ্যায়ত মুখামুখি হ’ব ৷ 7:30 বজাত আৰম্ভ হবলগীয়া মেচখনত অসমৰ ৰিয়ান পৰাগে দলৰ মূল একাদশত স্থান লাভ কৰিব নে নাই সেয়া হ’ব লক্ষণীয় ৷ উল্লেখযোগ্য যে, ছনজু ছামচুনে প্ৰথমবাৰৰ বাবে ৰাজস্থান দলৰ হৈ কেপ্তেইনৰ দায়িত্ব লৈ খেল পথাৰত নামিব ৷

লগতে পঢ়ক : সম্পাদনা কক্ষত নতুন অসমীয়া ছবি ‘দাদা তুমি দুষ্ট বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.