ETV Bharat / sports

INDvsNZ : প্ৰথমখন টেষ্ট মেচৰ পৰা বিৰতি কোহলীৰ; টীম ইণ্ডিয়াক নেতৃত্ব দিব ৰাহানেই - cricket news

আগন্তুক 25 নৱেম্বৰত কানপুৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মেচত ভাৰতীয় দলটোক নেতৃত্ব দিব আজিংক্য ৰাহানে(Ajinkya Rahane)ই ৷ প্ৰথমখন মেচত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব বিৰাট কোহলী(Virat Kohli) ৷ 3 ডিচেম্বৰত মু্ম্বাইত হ’বলগীয়া দ্বিতীয়খন মেচতহে ভাগ ল’ব কোহলীয়ে ৷

Rahane to lead
টীম ইণ্ডিয়াক নেতৃত্ব দিব ৰাহানেই
author img

By

Published : Nov 12, 2021, 4:15 PM IST

স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : আগন্তুক ভাৰত-নিউজিলেণ্ডৰ টেষ্ট মেচ(Test Match)ৰ বাবে শুকুৰবাৰে সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি কমিটী(All-India Senior Selection Committee)য়ে বাছনি কৰিছে ভাৰতীয় দলৰ খেলুৱৈসকলক ৷ কমিটীয়ে ঘোষণা কৰা অনুসৰি, ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টেষ্ট মেচত টীম ইণ্ডিয়া(Team India)ৰ নেতৃত্ব বহন কৰিব আজিংক্য ৰাহানে(Ajinkya Rahane)ই ৷

আগন্তুক 25 নৱেম্বৰত কানপুৰত অনুষ্ঠিত হ’ব প্ৰথম টেষ্ট মেচখন ৷ আনহাতে, প্ৰথমখন টেষ্ট মেচত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব বিৰাট কোহলী(Virat Kohli) ৷ 3 ডিচেম্বৰত মু্ম্বাইত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচতহে ভাগ ল’ব কোহলীয়ে ৷

ইফালে যশপ্ৰীত বুমৰাহ(Jasprit Bumrah), মহম্মদ শ্বামী(Mohammad Shami) আৰু ৰোহিত শৰ্মা(Rohit Sharma)কো বিশ্ৰাম দিছে BCCIয়ে ৷

টীম ইণ্ডিয়া স্কোৱাড: আজিংক্য ৰাহানে(কেপ্তেইন), কেএল ৰাহুল, মায়ংক আগৰৱাল, চেতেশ্বৰ পূজাৰা(উপ-কেপ্তেইন), শুভমন গিল, শ্ৰেয়াছ আয়াৰ, ঋদ্ধিমান শ্বাহা(উইকেট কীপাৰ), কেএছ ভৰত,ৰবীন্দ্ৰ জাদেজা, আৰ. অশ্বিন, অক্ষৰ পেটেল, জয়ন্ত যাদৱ, ঈশান্ত শৰ্মা, উমেশ যাদৱ, মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণা ৷

লগতে পঢ়ক : টি-20 বিশ্বকাপ: পাকিস্তানক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.