স্পৰ্টছ ডেস্ক, 11 জুন: বিশ্বকাপ ক্ৰিকেট, 2019 ৰ পৰা 3 সপ্তাহৰ বাবে বাহিৰ হ'ল ভাৰতৰ বিস্ফোৰক বেটছমেন তথা অ'পেনাৰ শিখৰ ধাৱান ৷ দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ভাৰতীয় খেলুৱৈগৰাকীয়ে বাঁওহাতৰ বুঢ়া আঙুলিত আঘাত পাইছিল ৷ ইয়াৰ পাছতে সোমবাৰে স্কেনৰ জৰিয়তে চিকিৎসকে 3 সপ্তাহৰ বাবে আৰাম প্ৰদান কৰে ধাৱানক ৷
নিউজিলেণ্ড, পাকিস্তান, আফগানিস্তান, ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা আগন্তুক 5 খনকৈ মেচৰ পৰা বাহিৰত থাকিব ভাৰতীয় অ'পেনাৰ গৰাকী ৷ উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচখনত ধাৱানে 117 ৰাণৰ এক সুন্দৰ ইনিংছ উপহাৰ দিয়াৰ লগতে দলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল ৷
আঘাতপ্ৰাপ্ত শিখৰ ধাৱান : কোন হ'ব নতুন অ'পেনিং যুটি? - 3 সপ্তাহৰ বাবে বাহিৰ
দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ অ'পেনাৰ শিখৰ ধাৱানে বুঢ়া আঙুলিত আঘাত পোৱাৰ পাছতে 3 সপ্তাহৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হ'বলগা হৈছে ৷ আগন্তুক 5 খনকৈ মেচত দলৰ পৰা বাহিৰত থাকিব খেলুৱৈ গৰাকী ৷
স্পৰ্টছ ডেস্ক, 11 জুন: বিশ্বকাপ ক্ৰিকেট, 2019 ৰ পৰা 3 সপ্তাহৰ বাবে বাহিৰ হ'ল ভাৰতৰ বিস্ফোৰক বেটছমেন তথা অ'পেনাৰ শিখৰ ধাৱান ৷ দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ভাৰতীয় খেলুৱৈগৰাকীয়ে বাঁওহাতৰ বুঢ়া আঙুলিত আঘাত পাইছিল ৷ ইয়াৰ পাছতে সোমবাৰে স্কেনৰ জৰিয়তে চিকিৎসকে 3 সপ্তাহৰ বাবে আৰাম প্ৰদান কৰে ধাৱানক ৷
নিউজিলেণ্ড, পাকিস্তান, আফগানিস্তান, ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা আগন্তুক 5 খনকৈ মেচৰ পৰা বাহিৰত থাকিব ভাৰতীয় অ'পেনাৰ গৰাকী ৷ উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচখনত ধাৱানে 117 ৰাণৰ এক সুন্দৰ ইনিংছ উপহাৰ দিয়াৰ লগতে দলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল ৷
আঘাতপ্ৰাপ্ত শিখৰ ধাৱান : কোন হ'ব নতুন অ'পেনিং যুটি?

ধাৱান - ৰোহিতৰ যুটীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰা পাছতে এই আঘাতে এতিয়া চিন্তাত পেলাইছে ভাৰতীয় শিৱিৰক ৷ শেহতীয়া তথ্য অনুসৰি, ৰোহিত শৰ্মাৰ সৈতে কে. এল. ৰাহুলে অ'পেনিং কৰা সম্ভাৱনা আছে আৰু শ্ৰেয়াস আয়াৰ, অম্বাতি ৰায়ুডু, আজিংকা ৰাহানে আৰু ঋষভ পন্তৰ ভিতৰত কোনোবা এজন খেলুৱৈক ইংলেণ্ডলৈ পঠিওৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷