ETV Bharat / sports

স্তব্ধ হৈ ৰ'ল ভাৰতৰ বিশ্বকাপ জয়ৰ সপোন

5 ৰাণতে শীৰ্ষ 3 খেলুৱৈক হেৰুৱাই দিশহাৰা হৈ পৰা ভাৰতীয় দলে 49.3 অ'ভাৰত 221 ৰাণহে কৰিবলৈ সক্ষম হয় ৷

নিউজিলেণ্ড দল
author img

By

Published : Jul 10, 2019, 7:32 PM IST

Updated : Jul 10, 2019, 7:43 PM IST

স্পৰ্টছ ডেস্ক, 10 জুলাই : বিশ্বকাপ ক্ৰিকেট, 2019 জয়ৰ আশা বাস্তবায়িত নহ'ল টীম ইণ্ডিয়াৰ ৷ গ্ৰুপ মেচত দুৰ্দান্ত প্ৰদৰ্শনেৰে পইন্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰা কোহলী বাহিনীয়ে সন্মুখীন হ'ল বেটিং বিপৰ্যয়ৰ ৷ 5 ৰাণতে শীৰ্ষ 3 খেলুৱৈক হেৰুৱাই দিশহাৰা হৈ পৰা ভাৰতীয় দলে 49.3 অ'ভাৰত 221 ৰাণহে কৰিবলৈ সক্ষম হয় ৷

ETV BHARAT ASSAM
স্তব্ধ হৈ ৰ'ল ভাৰতৰ বিশ্বকাপ জয়ৰ সপোন

বৰষুণৰ বাবে মঙলবাৰে স্থগিত হোৱা মেচ খন বুধবাৰে অনুষ্ঠিত হোৱাৰ পাছত নিউজিলেণ্ডে 8 টা উইকেট হেৰুৱাই 239 ৰাণ সংগ্ৰহ কৰিছিল ৷

ETV BHARAT ASSAM
স্তব্ধ হৈ ৰ'ল ভাৰতৰ বিশ্বকাপ জয়ৰ সপোন

কিন্তু প্ৰত্যুত্তৰত খেলৰ আৰম্ভণিতে বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ ফলত ছেমি ফাইনেলত থমকি ৰ'ব লগা হ'ল টীম ইণ্ডিয়া ৷

Intro:Body:

india won

Conclusion:
Last Updated : Jul 10, 2019, 7:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.