ETV Bharat / sports

ঘোষণা হ’ল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দল - WEST INDIES

বিশ্বকাপৰ পিচত প্ৰথমখন বিদেশ ভ্ৰমণৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া 2 খন টেষ্ট, 3 খন এদিনীয়া, 3 খন টি-20 ৰ বাবে দেওবাৰে ঘোষণা কৰা হ’ল ভাৰতীয় দলৰ ৷ এদিনীয়া দলত আঘাতৰ পিচত প্ৰত্যাৱৰ্তন ঘটিছে শিখৰ ধাৱনৰ ৷

ঘোষণা হ’ল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ
author img

By

Published : Jul 21, 2019, 3:17 PM IST

স্পৰ্টছ ডেস্ক, 21 জুলাইঃ বিশ্বকাপৰ পিচত প্ৰথমখন বিদেশ ভ্ৰমণৰ বাবে সাজু হৈছে বিৰাট বাহিনী ৷ 3 আগষ্টৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সন্মুখ সমৰত নামিব ভাৰত ৷ 2 খন টেষ্ট, 3 খন এদিনীয়া, 3 খন টি-20 ৰ বাবে দেওবাৰে ঘোষণা কৰা হ’ল ভাৰতীয় দলৰ ৷ আন্তঃৰাষ্ট্ৰীয় টি-20 মেচেৰে অভিযান আৰম্ভ কৰিব ভাৰতে ৷

দুখন টেষ্টৰ বাবে ভাৰতীয় দলটোত আছেঃ বিৰাট কোহলি (অঃ), আজিংকা ৰাহানে (সহঃ অঃ), মায়াংক আগৰৱাল, কে.এল ৰাহুল, চেতেশ্বৰ পূজাৰা, হনুমান বিহাৰী, ৰোহিত শৰ্মা, ঋদ্ধিমান শ্বাহা (উইকেটকীপাৰ), ঋষভ পন্ত (উকেটকীপাৰ), আৰ আশ্বিন, ৰবিন্দ্ৰ জাডেজা, কুলদ্বীপ যাদৱ, ইশান্ত শৰ্মা, মহম্মদ শ্বামী, জছপ্ৰীত বোমৰাহ, উমেশ যাদৱ ৷

ETV
ঘোষণা হ’ল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ

তিনিখন এদিনীয়াৰ বাবে ভাৰতীয় দলৰ সদস্যঃ বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা (সহঃ অঃ) শিখৰ ধাৱন, কে.এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনিষ পাণ্ডে, ঋষভ পন্ত (উইকেটকীপাৰ), ক্ৰোণাল পাণ্ডিয়া, ৰবিন্দ্ৰ জাডেজা, কুলদ্বীপ যাদৱ, যুজৱেন্দ্ৰ চাহাল, কেদাৰ যাদৱ, মহম্মদ শ্বামী, ভূৱনেশ্বৰ কুমাৰ, খালিল আহমেদ, নৱদ্বীপ চাইনী ৷

তিনিখন টি-20 বাবে ভাৰতীয় দলটো হৈছেঃ বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা (সহঃঅঃ), শিখৰ ধাৱন, কে.এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনিষ পাণ্ডে, ঋষভ পন্ত (উইকেটকীপাৰ), ক্ৰোণাল পাণ্ডিয়া, ৰবিন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, ৰাহুল চাহাৰ, ভূৱনেশ্বৰ কুমাৰ, খালিল আহমেদ, দীপক চাহাৰ, নৱদ্বীপ চাইনী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.