ETV Bharat / sports

বিচিচিআইৰ টপ গ্ৰেডৰ পৰা বাহিৰ শিখৰ - বিচিচিআই

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইয়ে প্ৰকাশ কৰিলে ২০১৮-১৯ ৰ বাৰ্ষিক কন্ট্ৰাক লিস্ট

বিচিচিআইৰ টপ গ্ৰেডৰ পৰা বাহিৰ শিখৰ
author img

By

Published : Mar 8, 2019, 7:01 PM IST

স্পৰ্টছ ডেস্ক, ৮ মাৰ্চঃ শেহতীয়াকৈ বিচিচিআইৰ প্ৰকাশ পোৱা ২০১৮-১৯ ৰ বাৰ্ষিক খেলুৱৈ কন্ট্ৰাক লিস্টৰ শীৰ্ষ গ্ৰেডৰ পৰা বাহিৰ হ'ল ভাৰতীয় অপেনাৰ বেটছমেন শিখৰ ধাৱনৰ নাম । আনহাতে A গ্ৰেডত সন্নিৱিষ্ট হৈছে যুৱ খেলুৱৈ উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ।

ইপিনে A+ গ্ৰেডত আছে কেৱল তিনিজনকৈ খেলুৱৈ । য'ত আছে বিৰাট ক'হলি, ৰোহিত শৰ্মা, জছপ্ৰীত বোমৰাহ । উল্লেখ্য যে, এই গ্ৰেডৰ বিনিময়ত তিনি খেলুৱৈয়ে লাভ কৰিব বছৰি ৭ কোটি টকাকৈ । A গ্ৰেডত ১১ জনকৈ খেলুৱৈ থকাৰ বিপৰীতে B গ্ৰেডত আছে ৪ জন আৰু C গ্ৰেডত আছে ৭ জন । A গ্ৰেডত থকা খেলুৱৈয়ে ৫ কোটি টকা লাভ কৰাৰ বিপৰীতে B থকা খেলুৱৈয়ে ৩ কোটি, আৰু C ত থকা খেলুৱৈয়ে ১ কোটি টকাকৈ লাভ কৰিব বাৰ্ষিক ।

A+ গ্ৰেডত থকা খেলুৱৈ হৈছে - বিৰাট ক'হলি, ৰোহিত শৰ্মা, জছপ্ৰীত বোমৰাহ

A গ্ৰেডত আছে - আৰ আশ্বিন, ৰবিন্দ্ৰ জাডেজা, ভূৱনেশ্বৰ কুমাৰ, চেতেশ্বৰ পূজাৰা, আজ্যিংকা ৰাহানে, মহেন্দ্ৰ সিং ধোনী, শিখৰ ধাৱন, মহম্মদ শ্বামী, ইশান্ত শৰ্মা, কুলদ্বীপ যাদৱ, ঋষভ পন্ত ।

B গ্ৰেডত আছে - লোকেশ ৰাহুল, উমেশ যাদৱ, যুজৱেন্দ্ৰ চাহাল, হাৰ্দিক পাণ্ডিয়া

C গ্ৰেডত আছে - কেদাৰ যাদৱ, দিনেশ কাৰ্তিক, আম্বাতী ৰাইডু, মনীষ পাণ্ডে, হনুমা বিহাৰী, খলিল আহমেদ, ঋদ্ধিমান শ্বাহা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.