ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত দলত নাথাকিব মহম্মদ ছামী ! - BCCI

যোৱা সপ্তাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইডত অনুস্থিত হোৱা প্ৰথমখন দিবা-নৈশ টেষ্টত মহম্মদ ছামীয়ে হাতত আঘাত পাইছিল । মঙলবাৰে ভাৰত অভিমুখে ৰাওনা হৈছে আঘাতপ্ৰাপ্ত খেলুৱৈগৰাকী । বিশ্ৰাম আৰু আৰোগ্য লাভৰ বাবে তেওঁক সময় লাগিব ৬ সপ্তাহৰ ।

ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া উদ্ধোধনী টেষ্টত দলত নাথাকিব মহম্মদ শ্বামী , ৬ সপ্তাহৰ বিশ্ৰামত খেলুৱৈ গৰাকী

author img

By

Published : Dec 23, 2020, 5:43 PM IST

Updated : Dec 23, 2020, 6:03 PM IST

স্পৰ্টছ ডেস্ক, ২৩ ডিচেম্বৰ : হাতত আঘাত পোৱাৰ পিছত ৬ সপ্তাহৰ বাবে বিশ্ৰাম আৰু আৰোগ্য লাভৰ বাবে ভাৰতীয় দলৰ অন্য়তম দ্ৰুতবেগী বলাৰ মহম্মদ ছামীয়ে ইংলেণ্ডৰ বিৰুদ্ধে ফেব্ৰুৱাৰীত হ'বলগীয়া প্ৰথমখন টেষ্টত অংশগ্ৰহণ নকৰাৰ সম্ভাৱনা আছে । যোৱা সপ্তাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইডত অনুস্থিত হোৱা দিবা-নৈশ টেষ্টত মহম্মদ ছামীয়ে হাতত আঘাত পাইছিল । খেলখনত অষ্ট্ৰেলিয়ান বলাৰ পেট্ কামিনছৰ বলত ছামীয়ে হাতত আঘাত পায় । চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, তেওঁৰ হাতৰ হাড় ভাঙিছে ৷

ভাৰত অভিমুখে ৰাওনা হৈছে আঘাটপ্ৰাপ্ত খেলুৱৈ গৰাকী

BCCI ৰ এক সূত্ৰই এটা সংবাদ প্ৰতিস্থানক জনোৱা মতে, ইংলেণ্ডৰ বিৰুদ্ধে ফেব্ৰুৱাৰীত হ'বলগীয়া উদ্ধোধনী টেষ্টত তেওঁ অংশ লোৱাৰ সম্ভাৱনা নাই কাৰণ বিশ্ৰাম আৰু আৰোগ্য লাভৰ বাবে ৬ সপ্তাহৰ প্ৰয়োজন হ'ব । BCCI ৰ সূত্ৰটোৱে জনোৱা মতে, এবাৰ হাতৰ প্লাষ্টাৰ আঁতৰাৰ পিছত বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত চিকিৎসকৰ তদানীন্তনত থাকিব ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হৈ থকা ৪ খন টেষ্ট শৃংখলাৰ বাকী খেলৰ পৰা ইতিমধ্য়ে বাহিৰ হৈছে মহম্মদ ছামী ৷ সেয়েহে মঙলবাৰে ভাৰত অভিমুখে ৰাওনা হয় তেওঁ ৷

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ঘৰুৱা শৃংখলা ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব, শৃংখলাৰ প্ৰথম ৪ খন টেষ্ট হ'ব চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত । যোৱা সময়চোৱাত ছামী অন্য়তম এগৰাকী ঘাটক বলাৰ হিচাপে বিবেচিত হৈ আহিছে আৰু তেওঁৰ অনুপস্থিতিয়ে নিশ্চিতৰূপে ভাৰতীয় বলাৰৰ আক্ৰমণত প্ৰভাৱ পেলাব । ২০১৮-১৯ ত টীমৰ অষ্ট্ৰেলিয়া যাত্ৰাৰ সময়ত যেতিয়া ভাৰতে ডাউন আন্ডাৰত প্ৰথম টেষ্টত জয়ী হৈছিল তেতিয়া ছামীয়ে ১৬ টা উইকেট দখল কৰিছিল ।

উল্লেখ যে মহম্মদ ছামীয়ে আঘাত পোৱাৰ পিছতে দলৰ চিকিৎসকৰ বিষয়াই তেওঁ সহায়ৰ বাবে আগবাঢ়ি আহিছিল আৰু কিছুসময় আলোচনাৰ পিছতে খেলুৱৈগৰাকীয়ে ড্ৰেচিং ৰূমলৈ যোৱাৰ সিদ্ধান্ত লয় । দলৰ ফিজিঅ'থেৰাপিষ্ট নিতিন পেটেলে এক বিষ নিৰাময় স্প্ৰে লগোৱা পিছত পুনৰ ছামীয়ে বেটিং কৰিবলৈ আহে যদিও সহজ অনুভৱ কৰিব নোৱাৰিলে আৰু পুনৰ উভতি যোৱাৰ সিদ্ধান্ত লয় ।

লগতে পঢ়ক :বিবাহপাশত আৱদ্ধ ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল

Last Updated : Dec 23, 2020, 6:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.