ETV Bharat / sports

আইচিচি টি-20 ৰেংকিঙৰ দ্বিতীয় স্থানত কে.এল ৰাহুল - আইচিচি টি-20 ৰেংকিঙৰ দ্বিতীয় স্থানত কে.এল ৰাহুল

নিউজিলেণ্ডৰ বিৰুদ্ধে সুন্দৰ বেটিং প্ৰদৰ্শন কৰা কে.এল ৰাহুলৰ আইচিচি টি-20 ৰেংকিঙত উন্নতি ৷ শীৰ্ষ দহটা স্থানৰ দ্বিতীয় স্থানত উপনীত হ’ল ৰাহুল ৷

আইচিচি টি-20 ৰেংকিঙৰ দ্বিতীয় স্থানত কে.এল ৰাহুল

author img

By

Published : Feb 3, 2020, 4:53 PM IST

স্পৰ্টছ ডেস্ক, 3 ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ প্ৰকাশ পোৱা আইচিচি টি-20 ৰেংকিঙত উজলিল কে.এল ৰাহুল ৷ টি-20 ৰেংকিঙৰ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰাহুলে ৷ ৰাহুলে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত 5 খন মেচৰ টি-20 শৃংখলাত দুটাকৈ অৰ্ধশতকৰ ইনিংছেৰে 224 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ বাবে পোনে-পোনে আইচিচি টি-20 ৰেংকিঙত ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷

আইচিচি বেটিং টি-20 ৰেংকিঙ
আইচিচি বেটিং টি-20 ৰেংকিঙ

823 ৰেটিং পইণ্টছৰে দ্বিতীয় স্থানত কে.এল ৰাহুল থকাৰ বিপৰীতে 879 ৰেটিং পইণ্টছৰে প্ৰথম স্থানত আছে পাকিস্তানৰ বাবৰ আজম

ৰাহুলে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত 5 খন মেচৰ টি-20 শৃংখলাত দুটা অৰ্ধশতকীয় ইনিংছেৰে 224 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ বাবে পোনে-পোনে আইচিচি টি-20 ৰেংকিঙত ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷

আনহাতে তৃতীয় স্থানত অষ্ট্ৰেলিয়াৰ এৰণ ফিন্স থকাৰ লগতে নৱম স্থানত বিৰাট কোহলি (673) আৰু দশম স্থানত আছে ৰোহিত শৰ্মা (662)

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.