ETV Bharat / sports

চাহালৰ পৰা বহু শিকিছুঃ কুলদ্বীপ যাদৱ

চাহালৰ প্ৰশংসাত পঞ্চমুখ চাইনা মেন নাম খ্যাত কুলদ্বীপৰ

চাহালৰ পৰা বহু শিকিছু : কুলদ্বীপ যাদৱ
author img

By

Published : Mar 2, 2019, 1:43 PM IST

বৰ্তমান ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ শক্তিশালী স্পীনাৰৰ যুঁটি হৈছে কুলদ্বীপ যাদৱ আৰু যুজৱেন্দ্ৰ চাহাল । ভাৰতীয় ক্ৰিকেটৰ বহু মেচ জয়ৰ লাভ মুখ্য় ভূমিকা পালন কৰি আহিছে এই দুই খেলুৱৈয়ে ।

শেহতীয়াকৈ কুলদ্বীপ যাদৱে ক'লে চাহালৰ পৰা তেওঁ যথেষ্ট শিকিবলৈ সক্ষম হৈছে । যেতিয়া একেলগে খেলা যায় তেতিয়া সংগীজনৰ পৰা বহু কথা শিকিব পাৰি বুলি উল্লেখ কৰে কুলদ্বীপে । আমি দুয়ো য়ে নিজকে অধিক উন্নত কৰিবলৈ চেষ্টা চলাই যোৱা বুলি কয় খেলুৱৈগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.