ETV Bharat / sports

ইংলেণ্ড-পাকিস্তানে ভাৰতক দিব প্ৰত্যাহ্বানঃ কুলদীপ যাদৱ - ETV BHARAT

ভাৰতীয় দলৰ স্পীন বলাৰ কুলদীপ যাদৱে ২০১৯ বিশ্বকাপৰ বাবে ইংলেণ্ড আৰু পাকিস্তানৰ পৰা প্ৰত্যাহ্বান পোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে ।

KULDEEP YADAV
author img

By

Published : Mar 22, 2019, 1:13 PM IST

নিউজ ডেস্ক, ২২ মাৰ্চ: ভাৰতীয় দলৰ স্পীন বলাৰ কুলদীপ যাদৱে আগন্তুক বিশ্বকাপ ২০১৯ ৰ বাবে ইংলেণ্ড আৰু পাকিস্তানৰ পৰা সতৰ্ক হোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে । ক্ৰিকেটাৰ গৰাকীয়ে কয় যে, ৩০ মে'ৰ পৰা আৰম্ভ হ'ব লগা ক্ৰিকেটৰ মহাৰণৰ খনত এই দুয়োটা দলে উজলি উঠাৰ প্ৰচুৰ সম্ভাৱনা আছে ।

KULDEEP YADAV

উল্লেখ্য যে, ১২ তম সংস্কৰণৰ বিশ্বকাপ ক্ৰিকেট ইংলেণ্ডত অনুষ্ঠিত হ'ব ।

ENGLAND AND PAKISTAN TO WATCH OUT FOR IN WC 2019:KULDEEP

বিশ্বকাপৰ বাবে ইংলেণ্ড, পাকিস্তানৰ পৰা সতৰ্ক হোৱা উচিত: কুলদীপ যাদৱ

নিউজ ডেস্ক, ২২ মাৰ্চ: ভাৰতীয় দলৰ স্পীন বলাৰ কুলদীপ যাদৱে আগন্তুক বিশ্বকাপ ২০১৯ ৰ বাবে ইংলেণ্ড আৰু পাকিস্তানৰ পৰা সতৰ্ক হোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে ।  ক্ৰিকেটাৰ গৰাকীয়ে কয় যে, ৩০ মে'ৰ পৰা আৰম্ভ হ'ব লগা ক্ৰিকেটৰ মহাৰণৰ খনত এই দুয়োটা দলে উজলি উঠাৰ প্ৰচুৰ সম্ভাৱনা আছে । 

উল্লখ্য যে, ১২ তম সংস্কৰণৰ বিশ্বকাপ ক্ৰিকেট ইংলেণ্ডত অনুষ্ঠিত হ'ব । 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.