স্পৰ্টছ ডেস্ক, 17 ডিচেম্বৰ : আজিৰ পৰা এডিলেইড অভেলত আৰম্ভ হৈছে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ প্ৰথম টেষ্ট মেচ ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ অধিনায়ক বিৰাট কোহলীৰ ৷ এয়া ভাৰতৰ বাহিৰত প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷
এই মেচত ভাৰতীয় দলটোৰ বেটিংক্ৰম অধিক শক্তিশালী হিচাপে বিবেচিত হৈছে ৷ আনহাতে, দলটোত থাকিব স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনসহ চাৰিজন বলাৰ ৷
-
That's the pitch for the first Test!
— BCCI (@BCCI) December 17, 2020 " class="align-text-top noRightClick twitterSection" data="
Will you bat first or bowl?🤔 #AUSvIND pic.twitter.com/Zxshm2ai9J
">That's the pitch for the first Test!
— BCCI (@BCCI) December 17, 2020
Will you bat first or bowl?🤔 #AUSvIND pic.twitter.com/Zxshm2ai9JThat's the pitch for the first Test!
— BCCI (@BCCI) December 17, 2020
Will you bat first or bowl?🤔 #AUSvIND pic.twitter.com/Zxshm2ai9J
ভাৰতীয় দলৰ স্কোৱাড : বিৰাট কোহলী (অধিনায়ক), মায়ংক আগৰৱাল, পৃথ্বী শ্ব', চেতেশ্বৰ পূজাৰা, আজিংকা ৰাহানে, হনুমা বিহাৰী, ঋধিমান ছাহা, আৰ অশ্বিন, উমেশ যাদৱ, মহম্মদ ছামী, জছপ্ৰীত বুমৰাহ ৷
-
Baggy Green No.459 for Cameron Green!
— cricket.com.au (@cricketcomau) December 17, 2020 " class="align-text-top noRightClick twitterSection" data="
Pat Cummins presented the young allrounder with his cap before play in Adelaide #AUSvIND pic.twitter.com/T8AcW4z31y
">Baggy Green No.459 for Cameron Green!
— cricket.com.au (@cricketcomau) December 17, 2020
Pat Cummins presented the young allrounder with his cap before play in Adelaide #AUSvIND pic.twitter.com/T8AcW4z31yBaggy Green No.459 for Cameron Green!
— cricket.com.au (@cricketcomau) December 17, 2020
Pat Cummins presented the young allrounder with his cap before play in Adelaide #AUSvIND pic.twitter.com/T8AcW4z31y
লগতে পঢ়ক : বেলন ডি অৰ ড্ৰিম টিমত স্থান লাভ মেছি, ৰোনাল্ডো, মাৰাডোনা আৰু পেলেৰ