স্পৰ্টছ ডেস্ক, 17 জানুৱাৰীঃ শুকুৰবাৰে ঋষভ পন্তৰ স্থানত ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হ’ল কে.এছ ভৰতক ৷ বিচিচিআইয়ে শুকুৰবাৰে টুইটাৰ যোগে সদৰি কৰে এই কথা ৷ বিচিচিআইৰ অখিল ভাৰতীয় জেষ্ঠ নিৰ্বাচন সমিতিয়ে বেক আপ উইকেটকীপাৰ হিচাপে দলত স্থান দিয়ে কে.এছ ভৰতক ৷
-
UPDATE - K S Bharat named back-up wicket-keeper for 2nd ODI.
— BCCI (@BCCI) January 17, 2020 " class="align-text-top noRightClick twitterSection" data="
Full details here - https://t.co/c9Pk84rkbM #TeamIndia pic.twitter.com/ulOi6aKnRg
">UPDATE - K S Bharat named back-up wicket-keeper for 2nd ODI.
— BCCI (@BCCI) January 17, 2020
Full details here - https://t.co/c9Pk84rkbM #TeamIndia pic.twitter.com/ulOi6aKnRgUPDATE - K S Bharat named back-up wicket-keeper for 2nd ODI.
— BCCI (@BCCI) January 17, 2020
Full details here - https://t.co/c9Pk84rkbM #TeamIndia pic.twitter.com/ulOi6aKnRg
উল্লেখ্য যে,প্ৰথমখন এদিনীয়াত পেট কামিন্সৰ বলত মূৰত আঘাতৰ সন্মুখীন হৈছিল ঋষভ পন্ত ৷ যাৰ বাবে মেচখনত উইকেটকীপাৰৰ ভূমিকা পালন কৰিছিল কে.এল ৰাহুলে ৷ আনহাতে দ্বিতীয়খন এদিনীয়াটো উইকেটকীপাৰ হিচাপে অৱতীৰ্ণ হৈছে কে.এল ৰাহুল ৷
ইপিনে সঞ্জু ছেমচন আৰু ঈশান কিষাণ ‘ইণ্ডিয়া এ’ ৰ হৈ নিউজিলেণ্ড ভ্ৰমণৰত বাবেই কে.এছ ভৰতক ভাৰতীয় দলত স্থান দিয়া হৈছে ৷
- লগতে চাওক- ভাৰত্তোলনত ৰূপৰ পদক অসমৰ