ETV Bharat / sports

আয়াৰলেণ্ডক হোৱাইট ৱাছ আফগানিস্তানৰ: হেটট্ৰিক ৰাছিদৰ - আফগানিস্তান

৩-০ৰে টি-২০ শৃংখলা জয় লাভ আফগানিস্তানৰ

আয়াৰলেণ্ডক হোৱাইট ৱাছ আফগানিস্তানৰ
author img

By

Published : Feb 25, 2019, 5:02 PM IST

স্পৰ্টছ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ দেওবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তৃতীয়খন টি-২০ ত জয় লাভ আফগানিস্তানৰ । ৩২ ৰানেৰ জয় লাভ কৰিবলৈ সক্ষম আফগানিস্তান দলটোৱে । ইয়াৰ লগে লগেই তৃতীয় শূণ্য়ৰে শৃংখলাত হোৱাইট ৱাছৰ সন্মুখীন হয় আয়াৰলেণ্ড ।

অন্তিমখন টি-২০ত আফগানিস্তানৰ এই জয়ত মুখ্য় ভূমিকা পালন কৰে মহম্মদ নাবী আৰু ৰাছিদ খানে । অলৰাউণ্ডাৰ মহম্মদ নাবীয়ে ৮১ ৰান কৰাৰ বিপৰীতে ৰাছিদে হেটট্ৰিক সহ পাঁচটা উইকেট দখল কৰিবলৈ সক্ষম হয় ।

আফগানিস্তানে প্ৰথমে বেটিং কৰি ৭ উইকেটৰ বিনিময়ত ২১০ ৰান কৰিবলৈ সক্ষম হয় । আয়াৰলেণ্ডৰ হৈ ৱায়ড ৰেনকিনে ৫৩ ৰান দি ৩ টা উইকেট দখল কৰিবলৈ সক্ষম হয় । ইপেন এই লক্ষ্য় অতিক্ৰম কৰিবলৈ আহি আয়াৰলেণ্ডে ৮ উইকেট হেৰুৱাই কেৱল ১৭৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.