গুৱাহাটী,30 মাৰ্চঃ মহামাৰী কৰ'ণা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷ বিশ্বত কৰ'ণা ভাইৰাছে লৈছে ব্যাপক সংহাৰী ৰূপ ৷ এই সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰতবৰ্ষত লক ডাউন কাৰ্যসূচী পালন কৰিছে ৷ এই সময়ছোৱাত কি কৰা উচিত , এই বিষয়ে জনালে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে৷
লগতে পঢ়কঃলকডাউনঃ কিদৰে সময় অতিবাহিত কৰিছে কণ্ঠশিল্পী দীক্ষুৱে