ETV Bharat / sitara

দৈজিঙত বছৰৰ অন্তিমটো দিন

author img

By

Published : Jan 1, 2020, 6:54 PM IST

বছৰৰ অন্তিম দিনটোত চিৰাঙৰ দৈজিং উৎসৱত গীত গালে কল্পনা পাটোৱাৰীয়ে । বাগৰুম্বাৰ পৰা আৰম্ভ কৰি বহু গীত গাই মুখৰিত কৰিলে দৈজিঙস্থলী ।

dwijing festival
দৈজিঙত বছৰৰ অন্তিমটো দিন

চিৰাং,1 জানুৱাৰীঃ উদুলি মুদুলি দৈজিং ৷ 27 ডিচেম্বৰৰ পৰা চিৰাঙৰ আই নদীৰ পাৰত বাৰদিনীয়াকৈ অনুষ্ঠিত হৈ আছে দৈজিং উৎসৱ ৷ দৈজিঙলৈ আগমন ঘটিছে অসংখ্য দেশী-বিদেশী পৰ্যটকৰ ৷ 31 ডিচেম্বৰৰ নিশা দৈজিং উৎসৱত গীত পৰিৱেশন কৰিলে সংগীতশিল্পী কল্পনা পাটোৱাৰীয়ে ৷ হিম শীতল হাড় কপোৱা ঠাণ্ডাকো নেওচি কল্পনা পাটোৱাৰীয়ে গাই যোৱা এটাৰ পিচত এটা গান উপভোগ কৰিলে হেজাৰ হেজাৰ লোকে ।

দৈজিঙস্থলীত কল্পনা পাটোৱাৰী

মঙলবাৰে নিশা অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সপৰিয়ালে ভ্ৰমণ কৰে দৈজিঙস্থলী । নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ পৰা আৰম্ভ কৰি জনজাতীয় উৎসৱ দৈজিং সন্দৰ্ভে বহু কথাই কলে জয়ন্ত মল্ল বৰুৱাই ।

Intro:বছৰৰ অন্তিম দিনটোত চিৰাঙৰ দৈজিং উৎসৱত গীত গালে কল্পনা পাটোৱাৰীয়ে। বাগুৰুম্বাৰ পৰা আৰম্ভ কৰি বহু গীত গাই মুখৰিত কৰিলে দৈজিং স্থলি । হিম শীতল হাড় কপোৱা ঠাণ্ডাকো নেওচি কল্পনা পাটোৱাৰীয়েও গাই যোৱা এটাৰ পিচত এটা গান উপভোগ কৰিলে হেজাৰ হেজাৰ লোকে । নাগৰিকত্ব সংশোধনি আইনৰ বিষয়ে কি কলে গায়িকা কল্পনা পাটোৱাৰীয়ে সকলো সামৰি এই প্ৰতিবেদন।

অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা সপৰিয়ালে যোৱা নিশা ভ্ৰমন কৰিলে দৈজিং স্থলি । নলবাৰীৰ আৱৰ্ত ভৱনটোকেই কোকৰাঝাৰ বুলি ভাৱে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এই দৰেই কলে জয়ন্ত মল্ল বৰুৱাই । নাগৰিকত্ব আইন বিৰোধি আন্দোলনৰ পৰা আৰম্ভ কৰি জনজাতীয় উৎসৱ দৈজিং লৈ বহু কথাই কলে জয়ন্ত মল্ল বৰুৱাই ।

বাইট : জয়ন্ত মল্ল বৰুৱা,কল্পনা পাটোৱাৰী ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:দৈজিঙত বছৰৰ অন্তিমটো দিন।

Conclusion:দৈজিঙত বছৰৰ অন্তিমটো দিন।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.