ETV Bharat / sitara

চলচ্চিত্ৰৰ লগত জড়িত শ্ৰমিকক সহায় বৰুণ ধাৱনৰ

author img

By

Published : Apr 25, 2020, 2:49 PM IST

24 এপ্ৰিলত বলিউডৰ অভিনেতা বৰুণ ধাৱনৰ জন্মদিনৰ দিনা অভিনেতাজনে "পশ্চিমীয়া ভাৰতীয় চলচ্চিত্ৰ কৰ্মচাৰী সংস্থা"(FWICE) লৈ আৰ্থিক বৰঙণি আগবঢ়াই । তেওঁৰ এই মহানুভৱতাক কৃতজ্ঞতা জনাইছে সংস্থাটোৰ মুখ্য উপদেষ্টা অশোক পণ্ডিতে ।

ছলচিত্ৰ লগত জড়িত শ্ৰমিকক সহায় বৰুণ ধাৱনৰ

মুম্বাই,25 এপ্ৰিলঃ নিজৰ 33 সংখ্যক জন্মদিনত বলিউডৰ অভিনেতা বৰুণ ধাৱণে আৰ্থিক সহায় আগবঢ়ায় ছলচিত্ৰৰ লগত জড়িক দৈনিক শ্ৰমিকসকলক । শ্ৰমিকসকলৰ বাবে থকা সংস্থা "পশ্চিমীয়া ভাৰতীয় চলচ্চিত্ৰ কৰ্মচাৰী সংস্থা"(FWICE)ত ধন প্ৰদানৰ জৰিয়তে তেওঁ সহায় আগবঢ়ায় ।

বৰুণ ধাৱনৰ এই মহানুভৱতাৰ বাবে ধন্যবাদ জনাই সংস্থাটোৰ মুখ্য উপদেষ্টা অশোক পণ্ডিতে। তেওঁ অভিনেতা জনক জন্মদিনৰ শুভেচ্ছাৰ লগতে ধন্যবাদ দি এটা টুইট পোষ্ট কৰে । আনহতে বৰুণ ধাৱনে COVID-19ৰ বিৰুদ্ধে যুঁজ কৰা চিকিৎসকসকলৰ লগতে চিকিৎসাকৰ্মী সকলকো বিনামূলীয়া খাদ্য প্ৰদান কৰিছে ।

লগতে পঢ়কঃ মহিলাৰ বাবে হেল্পলাইন নম্বৰ মুকলি আৰএছএছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.