ETV Bharat / sitara

শ্ৰদ্ধা কাপুৰৰ নতুন প্ৰজেক্ট "বাগী -থ্ৰী"

ইনষ্টাগ্ৰাম যোগে এই কথা ঘোষণা কৰে অভিনেত্ৰীগৰাকীয়ে

author img

By

Published : Sep 9, 2019, 7:13 PM IST

শ্ৰদ্ধা কাপুৰৰ নতুন প্ৰজেক্ট "বাগী -থ্ৰী"

চিটাৰা ডেক্স,9 ছেপ্টেম্বৰঃ 'বাগী' ছবিত নিজৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে দৰ্শকৰ হূদয় জয় কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে পুনৰ অভিনয় কৰিব "বাগী -থ্ৰী"ত ৷ সম্প্ৰতি বাগী -থ্ৰী নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় আৰম্ভ হৈছে ৷ অভিনেত্ৰীগৰাকীয়ে তেঁওৰ এই নতুন প্ৰজেক্টৰ কথা প্ৰকাশ কৰে ইনষ্টাগ্ৰামযোগে ৷ তেঁও ইনষ্টাগ্ৰাম যোগে জনাই যে,অতি সোনকালেই আৰম্ভ হ'ব "বাগী -থ্ৰী"ৰ শ্বুটিঙৰ কাম ৷

SHRADDHA KAPOOR'S BAGHI 3

সূত্ৰৰ দ্বাৰা জানিব পৰা মতে, অহমদ খানে নিৰ্দেশনা কৰিব লগা চলচ্চিত্ৰখনত পুনৰ দেখা যাব অভিনেতা টাইগাৰ শ্ৰফক ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.