ETV Bharat / sitara

দ্যা লাষ্ট শ্বত অভিনয় কৰিব অনুপম খেৰ আৰু সতীশ কৌশিকে

author img

By

Published : Sep 3, 2020, 7:28 PM IST

চেপ্তেম্বৰৰ মাজভাগৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হব, আমাক আশীৰ্বাদ দিয়ক আপোনালোকে, এইদৰে ইনষ্টাগ্ৰামত পষ্ট কৰে ছবিখনৰ লগত জড়িত অভিনেতা অনুপম খেৰে ।

anupam-kher-and-satish-kaushik-to-come-together-for-the-last-show

মুম্বাই, ৩ চেপ্তেম্বৰঃ অভিনেতা অনুপম খেৰ আৰু সতীশ কৌশিকে বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ পৰিচালিত দ্যা লাষ্ট শ্বত অভিনয় কৰিব। তেওঁলোকে চেপ্তেম্বৰৰ মাজভাগতে শ্বুটিং আৰম্ভ কৰিব ।

আৰু যাব লাগিব,আমি চাৰি বন্ধু @satishkaushik2178 #RumiJaffery & @vivekagnihotri আৰু আমি চিনেমাৰ যাদুক আকৌ উদ্দীপনামূলকভাৱে মানৱ নাটকৰ দৰে লাষ্ট শ্ব'ত দাঙি ধৰিবলৈ চেষ্টা কৰিম । লাষ্ট শ্ব ছবিখন মূলত বন্ধুত্ব, মানসিক চেতনা, প্ৰেম ভালপোৱা, হাঁহি কান্দোনৰ সমাহাৰ থাকিব । চেপ্তেম্বৰৰ মাজভাগৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হব, আমাক আশীৰ্বাদ দিয়ক আপোনালোকে, এইদৰে ইনষ্টাগ্ৰামত পষ্ট কৰে ছবিখনৰ লগত জড়িত অভিনেতা অনুপম খেৰে ।

পষ্টটোৰ কাষতে এখন ফটোও শ্বেয়াৰ কৰিছে যত অনুপম খেৰ, অগ্নিহোত্ৰী, কৌশিক আৰু জাফৰিৰ সৈতে একেলগে বহি আছে । আটাইকেইজন অভিনেতাই কলা টি চাৰ্ট পৰিধান কৰি থকা দেখিবলৈ পোৱা গৈছে । ২৫ আগষ্টত অনুপম খেৰে ইনষ্টাগ্ৰামৰ ষ্টৰীত শ্বেয়াৰ কৰে ছবিখনৰ কথা । য'ত তেখেতে তেওঁৰ মেক আপ সম্পূৰ্ণ কৰাৰা বাবে বেক গ্ৰাউণ্ডত কৈ থকা শুনিবলৈ পোৱা গৈছিল । তাত তেওঁ লিখিছে যে পুনৰ ছবিলৈ ঘূৰি আহি ভাল লাগিছে, আৰু পষ্টটোত ভিডিঅটোৰ কাষতে লিখা আছিল "#WeAreBack".

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.