ETV Bharat / sitara

এটি পুত্ৰ সন্তানৰ অভিভাৱক হ'ল অমৃতা ৰাও-আৰ.জে অনমোল - Amrita Rao,

পিতৃ-মাতৃ হ'ল অমৃতা ৰাও আৰু তেওঁৰ স্বামী ৰেডিঅ' জকী অনমোল ৷ দেওবাৰে অভিনেত্ৰী গৰাকীয়ে জন্ম দিয়ে এটি পুত্ৰ সন্তানক ৷

এটি পুত্ৰ সন্তানৰ অভিভাৱক হ'ল অমৃতা ৰাও-আৰ.জে অনমোল

author img

By

Published : Nov 2, 2020, 5:07 PM IST

চিটাৰা ডেস্ক, 2 নৱেম্বৰ : দেওবাৰে পিতৃ-মাতৃ হয় অভিনেত্ৰী অমৃতা ৰাও আৰু তেওঁৰ স্বামী ৰেডিঅ' জকী অনমোল ৷ অমৃতা ৰাওৰ মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰা অনুসৰি, দুয়োগৰাকীয়ে এটি পুত্ৰ সন্তানৰ অভিভাৱক হয় ৷

ৰাওৰ মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰা অনুসৰি, অভিনেত্ৰী গৰাকীৰ লগতে তেওঁৰ নৱজাতকটি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ৷ "পৰিয়ালটো আনন্দিত হোৱাৰ লগতে অমৃতা আৰু অনমোল দুয়োৱে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰা প্ৰতিগৰাকী লোককে ধন্যবাদ জ্ঞাপন কৰে" বুলি তেওঁ এক বিবৃতিত উল্লেখ কৰে ৷

ৰাওৱে 2016 চনত অনমোলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷ অভিনেত্ৰী গৰাকীয়ে তেওঁৰ ইস্ক ভিস্ক, ম্যে হু না আৰু বিবাহ বোলছবিৰ জৰিয়তে ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁক শেষবাৰৰ বাবে 2019 চনৰ ৰাজনৈতিক নাটক থাকৰেত দেখিবলৈ পোৱা গৈছিল ৷

লগতে পঢ়ক: মুম্বাইত কৰা আটাইতকৈ প্ৰিয় কামক স্মৰণ কৰিছে কংগনা ৰাণাৱটে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.