ETV Bharat / sitara

মুক্তিৰ প্ৰথমটো দিনত 12.06 কোটি অৰ্জন ষ্টুডেণ্ট অফ দ্যা ইয়েৰ 2ৰ

মুক্তিৰ এদিনত অধিক টকা অৰ্জন কৰা টাইগাৰ শ্ৰফ অভিনীত দ্বিতীয়খন শ্ৰেষ্ঠ ছবি ষ্টুডেণ্ট অফ দ্যা ইয়েৰ 2

author img

By

Published : May 11, 2019, 6:00 PM IST

মুক্তিৰ প্ৰথমটো দিনত 12.06 কোটি অৰ্জন ষ্টুডেণ্ট অফ দ্যা ইয়েৰ 2ৰ

এন্টাৰটেইনমেন্ট ডেক্স, 11 মে' : মুক্তিৰ প্ৰথমটো দিনত ছবিগৃহত বিশেষ সফলতা লাভ কৰবলৈ সক্ষম হৈছে টাইগাৰ শ্ৰফ, অনন্যা পাণ্ডে আৰু টাৰা চুটাৰিয়া অভিনীত ছবি ষ্টুডেণ্ট অফ দ্যা ইয়েৰ 2৷ পুণীত মলহোট্ৰাৰ পৰিচালনাত নিৰ্মিত ছবিখনে মুক্তিৰ এদিনত অৰ্জন কৰে 12.06 কোটি৷

  • #StudentOfTheYear2 puts up a fairly good total on Day 1... Biz slowed down towards evening shows... Sat and Sun crucial... Substantial growth - especially at plexes - is essential for a healthy total... Fri ₹ 12.06 cr. India biz. #SOTY2 is Tiger’s second highest opener *so far*.

    — taran adarsh (@taran_adarsh) May 11, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
ইয়াৰ উপৰিও মুক্তিৰ প্ৰথমটো দিনত অধিক টকা অৰ্জন কৰা টাইগাৰ শ্ৰফ অভিনীত দ্বিতীয়খন শ্ৰেষ্ঠ ছবি হিচাপেও বিবেচিত হৈছে কৰণ জোহাৰৰ প্ৰযোজনাত নিৰ্মিত ছবিখন৷ উল্লেখ্য যে, টাইগাৰ শ্ৰফ অভিনীত বিগত বৰ্ষত মুক্তি লাভ কৰা ছবি বাঘী2-এ মুক্তিৰ এদিনত 25.10 কোটি অৰ্জন কৰাৰ বিপৰিতে 2016 বৰ্ষত ছবিগৃহলৈ অহা বাঘী ছবিয়ে অৰ্জন কৰিছিল 11.94 কোটি ৷ 2016 বৰ্ষতে মুক্তি লাভ কৰা অভিনেতাগৰাকীৰ আন এখন ছবি ফ্লায়িং জেটে 7.10 কোটি আৰু 2017 বৰ্ষত মুক্তি লাভ কৰা মুন্না মাইকেল ছবিয়ে 6.65 কোটি অৰ্জন কৰিছিল ৷ তদুপৰি অভিনেতা টাইগাৰ শ্ৰফ অভিনীত প্ৰথমখন ছবি হিৰোপন্তীয়ে মুক্তিৰ এদিনত অৰ্জন কৰিছিল 6.63 কোটি ৷ বাণিজ্যিক বিশ্লেষক তৰণ আদৰ্শে টুইটাৰযোগে প্ৰকাশ কৰা এই তথ্য অনুসৰি ষ্টুডেণ্ট অফ দ্যা ইয়েৰ 2 ছবিখন টাইগাৰ শ্ৰফ অভিনীত আন এখন সফল ছবি ৷

1st day box office collection of student of the year 2

মুক্তিৰ প্ৰথমটো দিনত 12.06 কোটি অৰ্জন ষ্টুডেণ্ড অফ দ্যা ইয়েৰ 2ৰ

এন্টাৰটেইনমেন্ট ডেক্স, 11 মে' : মুক্তিৰ এদিনত অধিক টকা অৰ্জন কৰা  টাইগাৰ শ্ৰফ অভিনীত দ্বিতীয়খন শ্ৰেষ্ঠ ছবি ষ্টুডেণ্ড অফ দ্যা ইয়েৰ 2

মুক্তিৰ প্ৰথমটো দিনত ছবিগৃহত বিশেষ সফলতা লাভ কৰবলৈ সক্ষম হৈছে টাইগাৰ শ্ৰফ, অনন্যা পাণ্ডে আৰু টাৰা চুটাৰিয়া অভিনীত ছবি  ষ্টুডেণ্ড অফ দ্যা ইয়েৰ 2৷ পুণীত মলহোট্ৰাৰ পৰিচালনাত নিৰ্মিত ছবিখনে মুক্তিৰ এদিনত অৰ্জন কৰে 12.06 কোটি৷  

ইয়াৰ উপৰিও মুক্তিৰ প্ৰথমটো দিনত অধিক টকা অৰ্জন কৰা টাইগাৰ শ্ৰফ অভিনীত দ্বিতীয়খন শ্ৰেষ্ঠ ছবি হিচাপেও বিবেচিত হৈছে কৰণ জোহাৰৰ প্ৰযোজনাত নিৰ্মিত ছবিখন৷  উল্লেখ্য যে, টাইগাৰ শ্ৰফ অভিনীত বিগত বৰ্ষত মুক্তি লাভ কৰা ছবি বাঘী2 ছবিয়ে মুক্তিৰ এদিনত 25.10 কোটি অৰ্জন কৰাৰ বিপৰিতে 2016 বৰ্ষত ছবিগৃহলৈ অহা বাঘী ছবিয়ে অৰ্জন কৰিছিল 11.94 কোটি ৷ 2016 বৰ্ষতে মুক্তি লাভ কৰা অভিনেতাগৰাকীৰ আন এখন ছবি ফ্লায়িং জেটে 7.10 কোটি আৰু 2017 বৰ্ষত মুক্তি লাভ কৰা মুন্না মাইকেল ছবিয়ে 6.65 কোটি অৰ্জন কৰিছিল৷ তদুপৰি অভিনেতা টাইগাৰ শ্ৰফ অভিনীত প্ৰথমখন ছবি হিৰোপন্তীয়ে মুক্তিৰ এদিনত অৰ্জন কৰিছিল 6.63 কোটি ৷  বাণিজ্যিক বিশ্লেষক তৰণ আদৰ্শে টুইটাৰযোগে প্ৰকাশ কৰা এই তথ্য অনুসৰি ষ্টুডেণ্ড অফ দ্যা ইয়েৰ 2 ছবিখন খন টাইগাৰ শ্ৰফ অভিনীত আন এখন সফল ছবি৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.