ETV Bharat / sitara

দিশা সালিয়ানৰ মৃত্যত CBI তদন্তৰ দাবীৰে কৰা আবেদন নস্যাৎ উচ্চতম ন্য়ায়ালয়ৰ

author img

By

Published : Oct 26, 2020, 9:22 PM IST

সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ, দিশা সালিয়ানৰ মৃত্যৰ বাবে CBI তদন্তৰ দাবী জনাই কৰা আবেদনক নস্যাৎ কৰে উচ্চতম ন্যায়ালয়ে ৷

দিশা সালিয়ানৰ মৃত্যত CBI তদন্তৰ দাবীৰে কৰা আবেদন নস্যাৎ উচ্চতম ন্য়ায়ালয়ৰ
দিশা সালিয়ানৰ মৃত্যত CBI তদন্তৰ দাবীৰে কৰা আবেদন নস্যাৎ উচ্চতম ন্য়ায়ালয়ৰ

চিটাৰা ডেস্ক, 26 অক্টোবৰ: সোমবাৰে উচ্চতম ন্যায়ালয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ, দিশা সালিয়ানৰ মৃত্যৰ বাবে CBI তদন্তৰ দাবী জনাই কৰা আবেদনক নস্যাৎ কৰে ৷

শীৰ্ষ আদালতে আবেদনকাৰীক সেই আবেদন প্ৰত্যাহাৰ কৰিবলৈ কোৱাৰ লগতে, আবেদনখন লৈ বম্বে উচ্চ ন্যায়ালয়ত কাষ চাপিবলৈ কয় ৷ মুখ্য ন্যায়াধীশ এছ.এ ববডেৰ বিচাৰপীঠলৈ আহিছিল আবেদনখন ৷

আবেদন খন অধিবক্তা পুনীত ধাণ্ডাৰ দ্বাৰা দাখিল কৰা হৈছিল, যিয়ে দাবী কৰিছিল যে সালিয়ান আৰু ৰাজপুতৰ মৃত্যু ইটো সিটোৰ সৈতে জড়িত ৷ কিয়নো বহু সন্দেহজনক পৰিস্থিতিৰ মাজতে দুয়োৰে মৃত্য়ু হৈছিল ৷

লগতে পঢ়ক: হিন্দী বোলছবিত সুযোগ নোপোৱাক লৈ আক্ষেপ নাই শ্ৰুতি হাছানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.