ETV Bharat / sitara

পুনৰ চৰ্চাত প্ৰিয়ংকা-নিক

author img

By

Published : Sep 6, 2019, 10:13 AM IST

প্ৰিয়ংকা-নিকলৈ পিপল মেগাজিনৰ "বেষ্ট ড্ৰেছড এৱাৰ্ড ফৰ 2019 " বঁটা

পুনৰ চৰ্চাত দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনাচ

চিটাৰা ডেক্স,6 ছেপ্তেম্বৰঃ বি-টাউনৰ ৰোমান্টিক দম্পতিৰ তালিকাৰ শীৰ্ষত থকা দম্পতি প্ৰিয়ংকা আৰু নিক জনাচে শেহতীয়াকৈ লাভ কৰে পিপল মেগাজিনৰ "বেষ্ট ড্ৰেছড এৱাৰ্ড ফৰ 2019 " ৷ উল্লেখ্য যে, মেগাজিনখনে প্ৰথমবাৰৰ বাবে প্ৰদান কৰে এই বিশেষ সন্মান ৷
চুপাৰ চেলিব্ৰেটি লেডী গাগা ,জেনিফাৰ লোপেজ, চেলিনা ডিয়োন,চেৰেনা উইলিয়ামছ,বিলি পোৰ্টৰৰ নাম আছে মেগাজিনখনে প্ৰদান কৰা চুপাৰ ষ্টাইলিছ চেলিব্ৰেটিৰ তালিকাৰ ভিতৰত ৷

PRIYANKA NICK JONAS GOT AWARD PEOPLE MAGAZINE

Intro:Body:

PRIYANAK NICK JONAS GOT AWARD 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.