চিটাৰা ডেস্ক,16 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ সৰ্বত্ৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদত সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি অংশগ্ৰহণ কৰিছে শিল্পী সন্থাইও ৷ এইবাৰ এই বিৰ্তকিত আইনক লৈ মাত মাতিছে ভাৰতৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক মহেশ ভাটে ৷
কংগ্ৰেছ নেতা সঞ্জয় ঝাৰ সৈতে মুম্বাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল চলচ্চিত্ৰ পৰিচালক মহেশ ভাট ৷ দেওবাৰে মহেশ ভাটে টুইটাৰ যোগে প্ৰকাশ কৰে যে,নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাত সমৰ্থন নকৰে বুলি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ ৷
-
We the people of India , having solemnly resolved to constitute India into a SOVEREIGN SOCIALIST SECULAR DEMOCRATIC REPUBLIC.( At Ambedkar’s abode . After reading the Preamble of our Constitution.) @ShashiTharoor @JhaSanjay @mathewmantony pic.twitter.com/OsFoagg3PI
— Mahesh Bhatt (@MaheshNBhatt) December 15, 2019 " class="align-text-top noRightClick twitterSection" data="
">We the people of India , having solemnly resolved to constitute India into a SOVEREIGN SOCIALIST SECULAR DEMOCRATIC REPUBLIC.( At Ambedkar’s abode . After reading the Preamble of our Constitution.) @ShashiTharoor @JhaSanjay @mathewmantony pic.twitter.com/OsFoagg3PI
— Mahesh Bhatt (@MaheshNBhatt) December 15, 2019We the people of India , having solemnly resolved to constitute India into a SOVEREIGN SOCIALIST SECULAR DEMOCRATIC REPUBLIC.( At Ambedkar’s abode . After reading the Preamble of our Constitution.) @ShashiTharoor @JhaSanjay @mathewmantony pic.twitter.com/OsFoagg3PI
— Mahesh Bhatt (@MaheshNBhatt) December 15, 2019
লগতে পঢ়কঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৰাজ্যৰ শিল্পী সমাজৰ