ETV Bharat / sitara

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল মহেশ ভাট

author img

By

Published : Dec 16, 2019, 7:29 PM IST

কংগ্ৰেছ নেতা সঞ্জয় ঝাৰ সৈতে মুম্বাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰতৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক মহেশ ভাটৰ ৷

Mahesh Bhatt joins protest against Citizenship Amendment Act
মহেশ ভাটৰ প্ৰতিবাদ

চিটাৰা ডেস্ক,16 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ সৰ্বত্ৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদত সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি অংশগ্ৰহণ কৰিছে শিল্পী সন্থাইও ৷ এইবাৰ এই বিৰ্তকিত আইনক লৈ মাত মাতিছে ভাৰতৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক মহেশ ভাটে ৷

Mahesh Bhatt joins protest against Citizenship Amendment Act
প্ৰতিবাদত নামিল মহেশ ভাট

কংগ্ৰেছ নেতা সঞ্জয় ঝাৰ সৈতে মুম্বাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল চলচ্চিত্ৰ পৰিচালক মহেশ ভাট ৷ দেওবাৰে মহেশ ভাটে টুইটাৰ যোগে প্ৰকাশ কৰে যে,নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাত সমৰ্থন নকৰে বুলি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ ৷

"আমি ভাবো যে,এই নাগৰিকত্ব সংশোধনী বিধেয়কখন ভেদভাৱপূৰ্ণ ৷ এই আইনে সাংবিধানিক মূল্যৰ উলংঘণ কৰিছে,আমি এই বিলখন কোনো কাৰণত স্বীকাৰ নকৰো ৷

লগতে পঢ়কঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৰাজ্যৰ শিল্পী সমাজৰ

Intro:Body:

MAHESH BHATT CAA PROTEST

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.