ETV Bharat / sitara

ভুৱা-বাতৰি প্ৰদানকাৰীৰ ওপৰত অগ্নিশৰ্মা জাবেদ জাফৰী - ভূৱা-বাতৰি

টুইটাৰত এটা ভিডিঅ' প'ষ্ট কৰি ভুৱা-বাতৰি প্ৰদানকাৰীক উদ্দেশ্যি ক্ষোভ প্ৰকাশ কৰে বলীউডৰ অভিনেতা জাবেদ জাফৰীয়ে ।

Javed Jaffrey lashes out at fake news mongers
ভূৱা-বাতৰি প্ৰদানকাৰীৰ ওপৰত অগ্নিশৰ্মা জাবেদ জাফৰী
author img

By

Published : Apr 21, 2020, 11:46 AM IST

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ভুৱা বাতৰি প্ৰচাৰক লৈ ক্ষোভ প্ৰকাশ বলীউডৰ এজন জনপ্ৰিয় অভিনেতা জাবেদ জাফৰীৰ । নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এটা ভিডিঅ' প'ষ্ট কৰি নিজৰ ক্ষোভৰ বহিঃপ্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ।

ভূৱা-বাতৰি প্ৰদানকাৰীৰ ওপৰত অগ্নিশৰ্মা জাবেদ জাফৰী

জাফৰীয়ে কয়,দেশত সঘনাই ঘৃণা বিয়পোৱাৰ চেষ্টা চলোৱা হৈছে । আচলতে অৰবিন্দ পেটেল নামৰ এজন লোকে নিজৰ ফেচবুক পেজত জাবেদ জাফৰীৰ এটা স্ক্ৰীনশ্ব'ট শ্বেয়াৰ কৰিছিল । জাবেদ জাফৰী নাম উল্লেখ কৰি কৰা টুইটোত কোৱা হৈছে যে, এইয়া আৱশ্য়ক নহয় যে ফলমূল আৰু শাক-পাচলিত থুই লগোৱা সকলো মুছলমান বিক্ৰেতা কৰ'ণাত আক্ৰান্ত । কিন্তু কিছু হিন্দুৱে ঘৃণা বিয়পাবলৈ মুছলমানৰ দোকান-পোহাৰ সমূহ বৰ্জন কৰিছে । কিয় আপুনি ইমান পক্ষপাতিত্ব । অৱশ্য়ে এইটো টুইট ভুৱা বুলি কোৱা হৈছে ।

  • I normally don’t post personal videos inspite of being trolled often, but had to now. In a time when humanity is faced with a pandemic and race religion colour country are no concern, some Indians are still indulging in #FakeNews #HinduMuslim #HateMongering.
    We need love not hate pic.twitter.com/4ckWzUVE4l

    — Jaaved Jaaferi (@jaavedjaaferi) April 19, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অভিনেতাগৰাকীয়ে কয়,কোনোবাই অতি কৌশলপূৰ্ণ ভাৱে এই টুইটো লিখাৰ লগতে অভিনেতাগৰাকীৰ নাম উল্লেখ কৰি ছ'চিয়েল মিডিয়াত প'ষ্ট কৰিছে বুলি অভিযোগ উত্থাপন কৰে । এই সন্দৰ্ভতেই এটা ভিডিঅ' মুকলি কৰিয়ে অভিনেতাগৰাকীয়ে এই টুইট খণ্ডন কৰি যিয়ে কৰিছে তাক ক্ষমা খুজিবলৈ আহ্বান জনায় । লগতে স্ক্ৰীন শ্ব'ট সমূহ ভাইৰেল কৰাৰ পূৰ্বে তাৰ সত্যতা নিৰূপণ কৰাৰ আহ্বান জনায় সকলোকে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.