ETV Bharat / sitara

পুনৰ ৰূপালী পৰ্দাত হিমেশ ৰেছেমিয়া

হেপ্পী হাৰ্ডী এণ্ড হীৰত দেখা পোৱা যাব বলিউডৰ সংগীত পৰিচালক তথা অভিনেতা হিমেশ ৰেছেমিয়াক ৷

author img

By

Published : Jul 17, 2019, 5:23 AM IST

পুনৰ ৰূপালী পৰ্দাত হিমেশ ৰেছেমিয়া

নিউজ ডেস্ক, 17 জুলাইঃ পুনৰ ৰূপালী পৰ্দাত নিজৰ অভিনয়ৰ চমক দিবলৈ সাজু হৈছে বলিউডৰ সংগীত পৰিচালক হিমেশ ৰেছেমিয়াই ৷ হেপ্পী হাৰ্ডী এণ্ড হীৰত দেখা পোৱা যাব অভিনেতাগৰাকীক ৷ মঙলবাৰে ছবি খনৰ ট্ৰীজাৰ মুকলি কৰা হয় ৷ ছবিখনত দ্বয় চৰিত্ৰত দেখা পোৱা যাব হিমেশক ৷

COURTESY: YOU TUBE

ট্ৰীজাৰত দেখা পোৱা মতে, ছবিখনত কমেডি, দুখ আৰু ৰোমাঞ্চৰ সমাহাৰ দিবলৈ চেষ্টা কৰা হৈছে ৷ ছবিখনৰ সংগীত হিমেশ ৰেছেমিয়াৰ বিপৰীতে ছবিখন পৰিচালনা কৰিছে ৰেকাই ৷ "আপকা ছুৰৰ" ছবিৰে বলিউডৰ অভিনয় জগত ভুমুকি মৰা হিমেশে ইয়াৰ পূৰ্বে কাৰ্জ, তেৰা ছুৰৰ, ৰেডিঅ'ৰ আদি ছবিতো মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ এতিয়া হেপ্পী হাৰ্ডী এণ্ড হীৰৰ ট্ৰীজাৰ মুকলিৰ পিচতে আশা কৰা হৈছে এই ছবিখনে দৰ্শকৰ সহাৰি লাভ কৰিবলৈ সক্ষম হ'ব ৷ ছবিখনৰ ট্ৰীজাৰ মুকলি পিচত ছলমান খানেও টুইট যোগে প্ৰতিক্ৰিয়া দিয়া দেখা পোৱা গৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.