ETV Bharat / sitara

নিউজিলেণ্ডত মুক্তি পাব 'গ'লমাল এগেইন'

author img

By

Published : Jun 24, 2020, 9:20 PM IST

ছবি নিৰ্মাতা ৰোহিত চেট্টীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে অনুৰাগীক জানিবলৈ দিছে যে,'গ'লমাল এগেইন' পুনৰ মুক্তি পাব নিউজিলেণ্ডত ৷ উল্লেখ্য যে, কৰ'ণাৰ বাবে হোৱা বন্ধৰ পিছত পুনৰ মুক্তি পাবলগীয়া হিন্দী ছবিৰ ভিতৰত এইয়ে প্ৰথম ৷

golmaal again to release in newzealand after Covid shutdown
নিউজিলেণ্ডত মুক্তি পাব 'গ'লমাল এগেইন'

চিটাৰা ডেস্ক,24জুনঃ ৰোহিত চেট্টীৰ কমেডী ছবি গ'লমালৰ চিকুৱেল 'গ'লমাল এগেইন' পুনৰ মুক্তি পাব নিউজিলেণ্ডত ৷ অৰ্থাৎ'গ'লমাল এগেইন' হ'ব কৰ'ণাৰ বাবে হোৱা বন্ধৰ পিছত মুক্তি পাবলগীয়া প্ৰথমখন হিন্দী ছবি ৷

এই কথা ছ'চিয়েল মিডিয়া যোগে শেহতীয়াকৈ সদৰি কৰিছে ছবিখনৰ নিৰ্মাতা গৰাকীয়ে ৷

ইতিমধ্যে কৰ'ণা মুক্ত হৈ পৰিছে নিউজিলেণ্ড ৷ সেয়ে সকলোবোৰ পুনৰ সুস্থিৰ হৈ পৰিছে নিউজিলেণ্ডত ৷ আগন্তুক 25জুনত নিউজিলেণ্ডৰ ছবিগৃহত মুক্তি পাব বলীউডৰ কমেডী ধৰ্মী ছবি 'গ'লমাল এগেইন'৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.