ETV Bharat / sitara

নিষিদ্ধ হ'ল "পি এম নৰেন্দ্ৰ মোডী" ছবি - etv bharat

নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত মুক্তি নাপাব প্ৰধানমন্ত্ৰীৰ জীৱনৰ ওপৰত আধাৰিত ছবি "পি এম নৰেন্দ্ৰ মোডী"

নিষিদ্ধ হ'ল "নৰেন্দ্ৰ মোডী" ছবি
author img

By

Published : Apr 10, 2019, 5:22 PM IST

নতুন দিল্লী, ১০ এপ্ৰিলঃ নৰেন্দ্ৰ মোদীৰ জীৱন ভিত্তিক ছবি পি এম নৰেন্দ্ৰ মোদীৰ মুক্তি নহয় ১১ এপ্ৰিলত । কিয়নো ছবিখনৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰিছে নিৰ্বাচন আয়োগে। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কোনো ধৰণৰ ৰাজনৈতিক নেতাৰ ওপৰত নিৰ্মিত ছবিত এই নিষেধাজ্ঞা জাৰী কৰিছে নিৰ্বাচন আয়োগে ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া । লোকসভা নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত মুক্তি দিয়া নহয় প্ৰধানমন্ত্ৰীৰ জীৱনৰ ওপৰত আধাৰিত ছবিখন । মঙলবাৰে উচ্চতম ন্যায়ালয়ে ছবিখন মুক্তিৰ বাবে ক্লীন শ্বীট প্ৰদান কৰিছিল যদিও বুধবাৰে নিৰ্বাচন আয়োগে ছবিখনৰ মুক্তিত বাধা আৰোপ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.