ETV Bharat / sitara

নিষিদ্ধ হ'ল "পি এম নৰেন্দ্ৰ মোডী" ছবি

author img

By

Published : Apr 10, 2019, 5:22 PM IST

নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত মুক্তি নাপাব প্ৰধানমন্ত্ৰীৰ জীৱনৰ ওপৰত আধাৰিত ছবি "পি এম নৰেন্দ্ৰ মোডী"

নিষিদ্ধ হ'ল "নৰেন্দ্ৰ মোডী" ছবি

নতুন দিল্লী, ১০ এপ্ৰিলঃ নৰেন্দ্ৰ মোদীৰ জীৱন ভিত্তিক ছবি পি এম নৰেন্দ্ৰ মোদীৰ মুক্তি নহয় ১১ এপ্ৰিলত । কিয়নো ছবিখনৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰিছে নিৰ্বাচন আয়োগে। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কোনো ধৰণৰ ৰাজনৈতিক নেতাৰ ওপৰত নিৰ্মিত ছবিত এই নিষেধাজ্ঞা জাৰী কৰিছে নিৰ্বাচন আয়োগে ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া । লোকসভা নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত মুক্তি দিয়া নহয় প্ৰধানমন্ত্ৰীৰ জীৱনৰ ওপৰত আধাৰিত ছবিখন । মঙলবাৰে উচ্চতম ন্যায়ালয়ে ছবিখন মুক্তিৰ বাবে ক্লীন শ্বীট প্ৰদান কৰিছিল যদিও বুধবাৰে নিৰ্বাচন আয়োগে ছবিখনৰ মুক্তিত বাধা আৰোপ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.