ETV Bharat / sitara

'83' ৰণবীৰৰ পত্নীৰ ৰূপত দেখা যাব দিপীকা পাডুকণক

বিশিষ্ট ক্ৰিকেটাৰ কপিল দেৱৰ জীবনৰ লগতে 1983 চনৰ বিশ্বকাপ ক্ৰিকেটৰ পটভূমিত আধাৰিত ছবিখনত কপিল দেৱৰ পত্নীৰ ভূমিকাত অভিনয় কৰিব দিপীকাই

author img

By

Published : Jun 12, 2019, 3:32 PM IST

'83' ৰণবীৰৰ পত্নীৰ ৰূপত দিপীকা

নিউজ ডেস্ক, 12: ৰিয়েল লাইফৰ পত্নীক এইবাৰ প্ৰত্যক্ষ কৰিবলৈ পাব ৰিল লাইফত ৷ ৰণবীৰ সিঙৰ '83' অভিনয় কৰিব দিপীকা পাডুকণে ৷ বিশিষ্ট ক্ৰিকেটাৰ কপিল দেৱৰ জীৱনৰ লগতে 1983 চনৰ বিশ্বকাপ ক্ৰিকেটৰ পটভূমিত আধাৰিত ছবিখনত কপিল দেৱৰ পত্নীৰ ভূমিকাত অভিনয় কৰিব দিপীকাই ৷ বুধবাৰে ইনষ্টাগ্ৰামযোগে এই কথা সদৰী কৰিলে অভিনেতা ৰণবীৰ সিঙে ৷ ইতিমধ্যে ছবিখনৰ দৃশ্য গ্ৰহণ আৰম্ভ হৈছে লণ্ডনত ৷ আনহাতে, দৃশ্য গ্ৰহণৰ বাবে লণ্ডন অভিমুখে যাত্ৰা কৰিছে ৰণবীৰ সিঙসহ ছবিখনৰ কলা-কুশলীসকল ৷

confirmed deepika to join ranveer in 83

'83' ৰণবীৰৰ পত্নীৰ ৰূপত দিপীকা

নিউজ ডেস্ক, 12: ৰিয়েল লাইফৰ পত্নীক এইবাৰ প্ৰত্যক্ষ কৰিবলৈ পাব ৰিল লাইফত ৷ ৰণবীৰ সিঙৰ '83' অভিনয় কৰিব পত্নী দিপীকা পাডুকনে ৷ বিশিষ্ট ক্ৰিকেটাৰ কপিল দেবৰ জীবন ভিত্তিৰ লগতে  1983 চনৰ বিশ্বকাপ ক্ৰিকেট পটভূমিত আধাৰিত ছবিখনত কপিল দেবৰ পত্নীৰ ভূমিকাত অভিনয় কৰিব দিপীকাই ৷ বুধবাৰে ইষ্টাগ্ৰামযোগে এই কথা সদৰী কৰিলে অভিনেতা ৰণবীৰ সিঙে ৷ ইতিমধ্যে ছবিখনৰ দৃশ্য গ্ৰহণ আৰম্ভ হৈছে লণ্ডনত ৷ আনহাতে, দৃশ্য গ্ৰহণৰ বাবে লণ্ডন অভিমুখে যাত্ৰা কৰিছে ৰণবীৰ সিঙ সহ ছবিকনৰ কলা-কৌশলী 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.