ETV Bharat / sitara

প্ৰধানমন্ত্ৰীৰ শেহতীয়া আহ্বানক সমৰ্থন বহুকেইজন বলীউড তাৰকাৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া আহ্বান

প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ প্ৰদীপ জ্বলাবলৈ জনোৱা আহ্বানক সমৰ্থন জনাইছে হেমা মালিনী, অৰ্জুন কাপুৰ সহিতে অন্য বহুকেইজন বলীউড তাৰকাই ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে বন্তি প্ৰজ্বলনৰ জৰিয়তে আন্ধাৰ নাশ কৰাৰ বাবে দেশবাসীক আহ্বান জনাইছে যাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ মনত ধনাত্মক ভাৱ গঢ়াৰ ইচ্ছা ব্যক্ত কৰিছে ৷

Bollywood supports Prime Minister's unique exercise of lighting lamps
প্ৰধানমন্ত্ৰীৰ শেহতীয়া আহ্বানক সমৰ্থন বহুকেইজন বলীউড তাৰকাৰ
author img

By

Published : Apr 3, 2020, 7:58 PM IST

চিটাৰা ডেস্ক,3 এপ্ৰিলঃ বলীউডৰ বহুকেইজন তাৰকাই শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া আহ্বানক সমৰ্থন কৰি নিজৰ মত ব্যক্ত কৰিছে ৷ শুকুৰবাৰে পুৱা দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ সকলো জনতাৰ প্ৰতি আহ্বান ৰাখিছে যে, 5 এপ্ৰিল তাৰিখে ৰাতি 9 বজাত আন্ধাৰ নাশ কৰিবলৈ সকলো দেশবাসী একত্ৰিত হ'ব লাগে ৷ এই একত্ৰীকৰণে বুজাব যে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে এই বিশেষ যুঁজখনত দেশবাসী এক হৈ আছে ৷ বহু বলীউড তাৰকাই প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সমৰ্থন জনাইছে ৷ বহুজনে তেওঁৰ এই আহ্বানক সমৰ্থন কৰি টুইট কৰিছে ৷

  • Let us take an oath to be with our PM @narendramodi in this long & arduous war against the deadly Corona virus. This is the time to come together & show our solidarity as one & help our govt in controlling Covid. We will carry out his request on Apr 5. Are you all in agreement?🙏

    — Hema Malini (@dreamgirlhema) April 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • Honorable PM Shri @narendramodi ji has urged all of us to turn off our lights and light candles or diyas or even phone torches on 5th April at 9pm for 9 minutes to stand united together in the fight against #Coronavirus. #9baje9minute

    — Arjun Kapoor (@arjunk26) April 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কৰ'ণা ভাইৰাছৰ দৰে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ প্ৰধানমন্ত্ৰী মোডীয়ে মাৰ্চৰ 24 তাৰিখে 21 দিনৰ বাবে দেশ লক ডাউন ঘোষণা কৰিছিল ৷ উল্লেখ্য যে, বৰ্তমানলৈকে এই ভাইৰাছৰ ফলত ভাৰতত 2000ৰো অধিক লোক আক্ৰান্ত হৈছে ৷

লগতে পঢ়কঃ24 জুনত মুক্তি নহয় টম ক্ৰুজৰ "টপ গানঃ মাভেৰিক"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.