ETV Bharat / sitara

Bigg Boss 15: শামিতাৰ সৈতে জোকাই কৰণৰ পৰা গালি খালে তেজস্বীয়ে

Bigg Boss ৰ 15 নং ছিজনত( Bigg Boss 15) একেবাৰে ৰাহি জোৰা নিমিলা যুটিটো হ’ল শামিতা শেট্টী আৰু তেজস্বী প্ৰকাশ ৷ Bigg Boss হাউচত পূৰ্ণ প্ৰতিদ্বন্দিতা আগবঢ়াইছে দুই গৰাকী প্ৰতিযোগীয়ে ৷ বৰ্তমান Bigg Bossৰ গৰম বিষয়টো হ’ল কৰণ, তেজস্বী আৰু শামিতাৰ Love Triangle ৷

bb
শামিতাৰ সৈতে জোকাই কৰণৰ পৰা গালি খালে তেজস্বীয়ে
author img

By

Published : Jan 14, 2022, 6:34 PM IST

চিটাৰা ডেস্ক, 14 জানুৱাৰী : Bigg Boss 15 হউচত প্ৰেমিক যুগল তেজস্বী প্ৰকাশ আৰু কৰণ কুন্দ্ৰাৰ মাজৰ কাজিয়াৰ যেন অন্ত নপৰিব । ৰিয়েলিটি শ্ব'টোৰ আগন্তুক খণ্ডত, দুয়োকে আকৌ এবাৰ কাজিয়াত লিপ্ত হোৱা দেখিবলৈ পোৱা যাব ৷ শামিতা চেট্টীৰ সৈতে সম্পৰ্ক থকাৰ কথাত কৰণৰ নীৰৱতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা তেজস্বীক লৈ অশান্তিত ভুগিছে কৰণে ।

শামিতা আৰু তেজস্বী ঘৰত খুব কমেই লগ হয় । দুয়োগৰাকীয়ে Bigg Boss 15 ৰ আটাইতকৈ শক্তিশালী প্ৰতিযোগী হিচাপে চিহ্নিত হৈছে ৷ আগন্তুক খণ্ডত, তেজস্বীয়ে কৰণক তেওঁৰ নীৰৱতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা দেখা যাব ৷ তেজস্বীয়ে কৰণক কি কৰা উচিত অনুচিত শিকাই থাকোতে বিৰক্তি পায় কৰণে কয় যে তেওঁ কি ক’ব কেনেদৰে আচৰণ কৰিব এই সম্পৰ্কে ইতিমধ্যেই বহুত লোকে নিজৰ মত দি তেওঁক অশান্তি দিছে ৷

দুয়োৰে মাজৰ কথা বতৰাই পিছলৈ তৰ্কৰ ৰূপ লয় য’ত কৰণে তেজস্বীক "Back off" বুলি কোৱাও দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় আলোচনী Vanity Fair ৰ এইবাৰৰ কভাৰ-গাৰ্ল PC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.