ETV Bharat / lifestyle

বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণৰ মাজত প্ৰাৰ্থক্য় - ভাইৰাছৰ ফলত সৃষ্টি হোৱা COVID-19 সম্পৰ্কে সকলো অৱগত

বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণৰ মাজত প্ৰাৰ্থক্য় সম্পৰ্কত হাইদৰাবাদৰ ফিজিছিয়ান এম. ভি. ৰাওৰ মন্তব্য -

হাইদৰাবাদৰ ফিজিছিয়ান এম. ভি. ৰাও
বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণৰ মাজত প্ৰাৰ্থক্য়
author img

By

Published : May 3, 2020, 12:08 AM IST

নিউজ ডেস্ক, 2 মে' : ভাইৰাছৰ ফলত সৃষ্টি হোৱা COVID-19 সম্পৰ্কে সকলো অৱগত ৷ কিন্তু, সকলো সংক্ৰমণ ভাইৰাছৰ ফলত নহয়, কিছুসংখ্যক সংক্ৰমণ বেক্টেৰিয়াৰ ফলতো হয় ৷ সেয়েহে বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণৰ মাজত প্ৰাৰ্থক্য কি জানো আহক -

য়শোদা হাস্পতাল, হাইদৰাবাদৰ ফিজিছিয়ান এম. ভি. ৰাওয়ে জানিবলৈ দিয়া অনুসৰি, বেক্টেৰিয়াসমূহ স্বাধীন আৰু ভাইৰাছসমূহ পৰ-নিৰ্ভৰশীল ৷ ভাইৰাছসমূহে মানুহ, পশু আৰু গছ-গছনিক আক্ৰমণ কৰে ৷ বেক্টেৰিয়াৰ তুলনাত ভাইৰাছসমূহ বহু সৰু ৷ কোনো জীৱকোষৰ সংস্পৰ্শলৈ আহিলে এই ভাইৰাছ জীৱিত হৈ উঠে ৷ আনহাতে, বেক্টেৰিয়াসমূহ কেতিয়াবা ভাল আৰু কেতিয়াবা বেয়া হয় আৰু সকলো বেক্টেৰিয়াই সংক্ৰমণ নকৰে ৷

কিছু সংখ্যক ভাইৰেল সংক্ৰমণ হৈছে - COVID-19, ইনফ্লুৱেঞ্জা, HIV, ইবোলা, ছৰ্দী, বসন্ত আদি ৷

কিছু সংখ্যক বেক্টেৰিয়া হৈছে - ক'লেৰা, টিউবাৰকুল'ছিচ, নিউমোনিয়া, চকুৰ সংক্ৰমণ আদি ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.