ETV Bharat / lifestyle

ই-চিগাৰেট হব পাৰে স্বাস্থ্যৰ পক্ষে হানিকাৰক - undefined

নিগনিৰ ওপৰত কৰা পৰীক্ষাত এই গুৰুতভপূৰ্ণ তথ্য পোহৰলৈ আহিছে ৷

ই-চিগাৰেট হব পাৰে স্বাস্থ্যৰ পক্ষে হানিকাৰক
author img

By

Published : Jul 3, 2019, 3:55 PM IST

নিউজ ডেস্ক, 3 জুলাই: চিগাৰেটৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা ই-চিগাৰেট হব পাৰে স্বাস্থ্যৰ পক্ষে হানিকাৰক ৷ ই-চিগাৰেটে মস্তিস্কৰ কোষ সমূহ 'নিউত্ৰেল' কৰি তুলে ৷ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে ৷ 'Science' নামৰ এখন জাৰ্ণলত প্ৰকাশিত হৈছে এই তথ্য ৷ নিগনিৰ ওপৰত কৰা পৰীক্ষাত এই গুৰুতভপূৰ্ণ তথ্য পোহৰলৈ আহিছে ৷

New Delhi, Jul 03 (ANI): Often used as an alternative to traditional smoking, e-cigarettes (EC) come with their own health risks. E-cigarettes produce a stress response in neural stem cells, which are critical cells in the brain, finds a study. The study published in the journal 'iScience' used cultured mouse neural stem cells and identified the mechanism underlying EC-induced stem cell toxicity as 'stress-induced mitochondrial hyperfusion,' or SIMH. "SIMH is a protective and survival response. Our data show that exposure of stem cells to e-liquids, aerosols, or nicotine produces a response that leads to SIMH," said Prue Talbot, lead researcher of the study.Talbot stressed that youth and pregnant women need to pay especially close attention to their results. "Their brains are in a critical developmental stage," said Talbot.

For All Latest Updates

TAGGED:

E CIGARETTE
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.