ETV Bharat / jagte-raho

নগাঁৱত ছাত্ৰক আক্ৰমণক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 6, 2019, 3:04 PM IST

নগাঁও আইটিআইৰ ছাত্ৰক আক্ৰমণৰ ঘটনাক লৈ মাজনিশা উত্তপ্ত হৈ পৰে জিলাখনৰ পানীগাঁও অঞ্চল ৷ প্ৰতিষ্ঠানখনৰ দুগৰাকী শিক্ষাৰ্থীক আক্ৰমণ কৰাক কেন্দ্ৰ কৰি নিশাই প্ৰতিবাদ সাব্যস্ত কৰে অন্যান্য ছাত্ৰসকলে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

নগাঁৱত ছাত্ৰক আক্ৰমণক লৈ উত্তপ্ত পৰিস্থিতি

নগাঁৱ, 6 আগষ্টঃ ছাত্ৰক আক্ৰমনক লৈ উত্তপ্ত হৈ পৰে নগাঁৱৰ পানীগাঁও অঞ্চল ৷ নিশাৰ ভাগত কোনো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে নগাঁও আইটিআইৰ ছাত্ৰক ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰাঞ্জল দেউৰী আৰু চিৰঞ্জীৱ কলিতা নামৰ ছাত্ৰদুজন ৷ ছাত্ৰাবাসৰ সন্মুখতে এইদৰে শিক্ষাৰ্থীক আক্ৰমণ কৰাক লৈ উত্তপ্ত হৈ পৰে সমগ্ৰ অঞ্চলটো ৷ অৱশেষত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি শাম কটাৰ লগতে আঘাতপ্ৰাপ্ত ছাত্ৰ দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

Intro:ছাত্ৰক আক্ৰমনক কেন্দ্ৰ কৰি নিশা নগাঁৱৰ পানীগাঁৱত উত্তপ্ত পৰিস্থিতি। দুৰ্বৃত্তৰ আক্ৰমণত আহত দুই ছাত্ৰ।
Body:
নগাওঁ আই টি আইৰ ছাত্ৰক আক্ৰমনক কেন্দ্ৰ কৰি মাজনিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ পানীগাৱঁত। আই টি আই ৰ প্ৰাঞ্জল দেউৰী আৰু চিৰঞ্জীৱ কলিতা নামৰ দুই ছাত্ৰক ছাত্ৰবাসৰ সন্মুখতে আক্ৰমণ কৰে দুৰ্বৃত্তৰ এটা দলে। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতভাৱে আহত হয় ছাত্ৰ দুগৰাকী। এই মাৰপিটক কেন্দ্ৰ কৰিয়েই উত্তপ্ত হৈ পৰে পৰিস্থিতি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত ছাত্ৰ দুজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। সম্প্ৰতি নগাওঁ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আহত দুই ছাত্ৰ। আৰক্ষী ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
__________________________________Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.