ETV Bharat / jagte-raho

কামপুৰত তেতেলীসৰাত নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বুধবাৰে নিশা কামপুৰ তেতেলীসৰাত নৈত পুৰুষৰ মৃতদেহ উদ্ধাৰ | মৃতদেহটোৰ মুখমণ্ডল সম্পূৰ্ণভাৱে উৱলি গৈছে ৷ বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহটো ৷

author img

By

Published : Nov 13, 2019, 1:24 PM IST

তেতেলীসৰাত নৈত পুৰুষৰ মৃতদেহ উদ্ধাৰ

কামপুৰ,13 নৱেম্বৰ: ৰাসোৎসৱৰ আনন্দ উল্লাহৰ মাজতে বুধবাৰে নিশা কামপুৰ তেতেলীসৰাত নৈত এটা পুৰুষৰ মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত ৷

তীব্ৰ চাঞ্চল্যৰ সৃষ্টি অঞ্চলবাসীৰ মাজত
কামপুৰৰ তেতেলীসৰাত নৈত উদ্ধাৰ মৃতদেহ

বৰ্তমানেও চিনাক্ত হোৱা নাই মৃতদেহটো ৷ লংপেণ্ট আৰু টি চাৰ্ট পৰিহিত মৃতদেহটোৰ মুখমণ্ডল সম্পূৰ্ণভাৱে উৱলি গৈছে ৷ স্থানীয় লোকৰ তৎপৰতাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । বৰ্তমান আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে মৃতদেহটো ৷

মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য তেতেলীসৰাত

লগতে পঢ়ক: বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত ম'হমৰীয়া

Intro:বঢ়মপুৰৰ কামপুৰ তেতেলিসৰাত নিশাৰী নৈত পুৰুষৰ মৃতদেহ উদ্ধাৰ।

Anchor =ৰাসৰ আনন্দ উল্লাসৰ মাজতে বুধবাৰে কামপুৰ তেতেলিসৰাত নিশাৰী নৈত পুৰুষৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।মৃতদেহটো নিশাৰী নৈত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে। বৰ্তমানে চিনাক্ত হোৱা নাই মৃতদেহটো।স্থানীয়লোকৰ খৱৰৰ ভিত্তিত ঘটণা স্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।লংপেণ্ট আৰু টি চাৰ্ট পৰিহিত মৃতদেহ টোৰ মুখ মণ্ডল সম্পূৰ্ণভাৱে উৱলি গৈছে ।বৰ্তমানে আৰক্ষীয়ে মৃত দেহটো মৰনোত্তৰ পৰীক্ষা বাবে নগাঁওলৈ প্ৰেৰণকৰে ।

BYTE= গাওঁবুঢ়াBody:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.