ETV Bharat / jagte-raho

তেজপুৰত আটক কোকৰাঝাৰ অপহৰণ কাণ্ডৰ অভিযুক্ত - assam police

এটা চাঞ্চল্যকৰ অপহৰণ কাণ্ড । কোকৰাঝাৰ পৰা অপহৰণৰ পাচতেই অপহৰণকাৰীসহ শোণিতপুৰৰ গহপুৰত পথ দুৰ্ঘটনাত পতিত হয় ৷ আৰক্ষীৰ সহযোগত অভিযুক্তক চিকিৎসালয়ত ভৰ্তি কৰাই অপহৰণ আৰু ধৰ্ষণৰ অভিযোগত গোচৰ ৰুজু পৰিয়ালৰ ৷

তেজপুৰত আটক কোকৰাঝাৰ অপহৰণ কাণ্ডৰ অভিযুক্ত
author img

By

Published : Mar 29, 2019, 7:01 PM IST

শোণিতপুৰ,29 মাৰ্চ: প্ৰথমে অপহৰণ আৰু তাৰ পাচত দুৰ্ঘটনা ৷ কোকৰাঝাৰৰ পৰা অপহৰণ হোৱা দুগৰাকী যুৱতীসহ অপহৰণকাৰী দুৰ্ঘটনাত পতিত হোৱাৰ পাচতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ঘটনা অনুসৰি কোকৰাঝাৰৰ 1নং জয়মা গোসাঁই গাঁৱৰ একে পৰিয়ালৰ 13 আৰু 6 বছৰীয়া দুই বাই-ভনীবুধবাৰে সন্ধিয়া ঘৰৰ ওচৰতে থকা এখন বজাৰৰ পৰা সন্ধানহীন হৈছিল । ঘটনাৰ উমান পাই পৰিয়ালৰ লোকে ওচৰে-পাজৰে ছোৱালী দুগৰাকীক বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান পোৱা নাছিল । কিন্তু বৃহস্পতিবাৰে হঠাৎগহপুৰ আৰক্ষীয়ে অপহৃত ছোৱালী দুগৰাকীৰপিতৃলৈ ফোন কৰি গহপুৰত পথ দুৰ্ঘটনাত পতিত হোৱাৰখবৰ দিয়ে । তাৰ পাচতেই সমগ্ৰ অপহৰণ কাণ্ডটো পোহৰলৈ আহে ৷

তেজপুৰত আটক কোকৰাঝাৰ অপহৰণ কাণ্ডৰ অভিযুক্ত
উল্লেখ্য যে, অভিযুক্ত ৰাজু আলীয়ে দুই বাই-ভনীক গোসাঁই গাঁৱৰ পৰা ভাড়া গাড়ীৰে আনি ৬ বছৰীয়া ছোৱালীজনীক নিজৰ মাহীয়েকৰ ঘৰত ৰাখে আৰু তাৰ পাচতেই অভিযুক্ত সহ গাড়ীৰ চালকে সুৰাপান কৰিবলৈ ১৩ বছৰীয়া কিশোৰীজনীক লৈ এখন হোটেললৈ আহে ৷ হোটেলৰ পৰা পুনৰ মাহীয়েকৰ ঘৰত ৰখা ছোৱালীজনীক আনিবলৈ যাওঁতেই গাড়ীখন দুৰ্ঘটনা পতিত হয় । ইপিনে অভিযুক্তসহ গাড়ীৰ চালকক গহপুৰ আৰক্ষীয়ে আটক কৰি তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰাই ছোৱালীজনীৰ পিতৃলৈ ফোন কৰি দুৰ্ঘটনাৰ খবৰ দিয়ে ৷ অৱশ্যে এইপৰ্যন্ত 6 বছৰীয়া কণমানিজনীৰ কোনো সম্ভেদ পোৱা নাই । পৰৱৰ্তী সময়ত আৰক্ষীৰ জেৰাত আৰু ন ন তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে ইতিমধ্যেজানিবলৈ দিয়ে ।

Intro:*কোকৰাঝাৰত অপহৰণ হোৱা দুই বাই ভনিৰ এগৰাকী অপহৰণ গাড়ীসহ গহপুৰত দূৰ্ঘটনাত পতিত।ধৰ্ষণৰ অভিযোগ।*

এটা চাঞ্চল্যকৰ অপহৰণ কাণ্ড ।
কোকৰাঝাৰ পৰা অপহৰণৰ পিছতেই অপহৰণকাৰীসহ শোণিতপুৰৰ গহপুৰত পথ দূৰ্ঘটনাত পতিত হয়।

ঘটনানুসৰি কোকৰাঝাৰ জিলাৰ ১ নং জয়মা গোসাঁই গাঁৱৰ একে পৰিয়ালৰ ১৩ আৰু ৬ বছৰীয়া দুই বাই - ভনি বুধবাৰে সন্ধিয়া ঘৰৰ ওচৰতে থকা এখন বজাৰৰ পৰা সন্ধানহীন হৈছিল । ঘটনাৰ উমান পাই পৰিয়ালৰ লোকে ওচৰ - পাজৰে ছোৱালী দুগৰাকীক বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান নাপালে । কোনো অচিনাক্ত দুৰ্বৃত্তই দুই বাই - ভনিক অপহৰণ কৰাৰ সন্দেহ কৰিছিল পৰিয়ালৰ লোকে ।
পিছদিনা বৃহস্পতিবাৰে হঠাতে গহপুৰ আৰক্ষীয়ে ছোৱালী দুগৰাকীৰৰ পিতৃলৈ ফোন কৰি গহপুৰত পথ দূৰ্ঘটনাত আঘাতপ্রাপ্ত ১৩ বছৰীয়া কিশোৰীজনীক তেজপুৰ মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱাৰ খৱৰ দিয়ে। খৱৰ পায়েই পৰিয়ালৰ লোক আৰু স্থানীয় গাওঁবুঢ়াসহ তেজপুৰ মেডিকেল কলেজ হস্পিটেলত উপস্থিত হয় । উল্লেখ যোগ্য যে অভিযুক্ত ৰাজু আলীয়ে দুই বাই ভনিক গোসাঁই গাঁৱৰ পৰা ভাড়া গাড়ীৰে উঠাই আনি ৬ বছৰীয়া ছোৱালীজনীক অভিযুক্তৰ মাহীয়েকৰ ঘৰত ৰাখে আৰু ইয়াৰ পিছতেই অভিযুক্ত সহ গাড়ীৰ চালকে সুৰাপান কৰিবলৈ ১৩ বছৰীয়া কিশোৰীজনীক লৈ এখন হোটেললৈ আহে আৰু হোটেলৰ পৰা পুণৰ মাহীয়েকৰ ঘৰত ৰখা ছোৱালীজনীক আনিবলৈ যাওঁতেই ই অন গাড়ীখন দূৰ্ঘটনা পতিত হয়। ইয়াৰ পিছতেই অভিযুক্তসহ গাড়ীৰ চালকক গহপুৰ আৰক্ষীয়ে তেজপুৰ মেডিকেলত ভৰ্তি কৰাই ছোৱালীজনীৰ পিতৃলৈ ফোন কৰি তেওঁলোকৰ পৰিয়াল দূৰ্ঘটনাত পতিত হোৱাৰ খৱৰ দিয়ে। ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে কোকৰাঝাৰ আৰক্ষীক এখন এজাহাৰ দাখিল কৰে। কোকৰাঝাৰ আৰক্ষীয়ে পৰিয়ালৰ লোকক জনোৱা মতে অভিযুক্ত ৰাজু আলী পূৰ্বেও এখন ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈ আছে।পৰিয়ালৰ লোকৰ ভাষ্য মতে,ৰাজু আলীয়ে ১৩ বছৰীয়া কিশোৰীজনীক ধৰ্ষণ কৰাৰ সন্দেহ। ইফালে পৰিয়ালৰ লোকে এইপৰ্যন্ত ৬ বছৰীয়া কণমানি জনীৰ কোনো সম্ভেদ পোৱা নাই। কিন্তু অভিযুক্তৰ মতে ৰাজু আলীয়ে গহপুৰত সমন্ধীয় মাহীয়েকৰ ঘৰত ৰখা বুলি জনায় লগতে সাৰি যাবলৈ কেমেৰাৰ সন্মুখত দিছে কেতবোৰ মিছা তথ্য ।
কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীৰ জেৰাত আৰু ন ন তথ্য পোহৰলৈ আহিব ।
অমল নাথ, তেজপুৰ ।Body:*কোকৰাঝাৰত অপহৰণ হোৱা দুই বাই ভনিৰ এগৰাকী অপহৰণ গাড়ীসহ গহপুৰত দূৰ্ঘটনাত পতিত।ধৰ্ষণৰ অভিযোগ।*

অমল নাথ, তেজপুৰ ।Conclusion:*কোকৰাঝাৰত অপহৰণ হোৱা দুই বাই ভনিৰ এগৰাকী অপহৰণ গাড়ীসহ গহপুৰত দূৰ্ঘটনাত পতিত।ধৰ্ষণৰ অভিযোগ।*

অমল নাথ, তেজপুৰ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.