ETV Bharat / jagte-raho

আৰক্ষীৰ জালত বৃহৎ পৰিমানৰ ড্ৰাগছসহ সৰবৰাহকাৰী

author img

By

Published : Oct 7, 2020, 10:38 AM IST

ত্ৰিপুৰাৰ গৌমতী জিলাৰ ৱাগমা ৰাষ্ট্ৰীয় ঘাইপথত হোৱা এক তালাচীত TR 08 B 0730 নম্বৰৰ এখন গাড়ীৰ পৰা আৰক্ষীয়ে ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ জালত বৃহৎ পৰিমানৰ ড্ৰাগছসহ সৰবৰাহকাৰী
আৰক্ষীৰ জালত বৃহৎ পৰিমানৰ ড্ৰাগছসহ সৰবৰাহকাৰী

নিউজ ডেস্ক, 7 অক্টোবৰ : ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ হৈছে 300 পেকেট ব্ৰাউন চুগাৰ । জব্দ হোৱা নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য কেইবালাখ টকা হ'ব বুলি জানিব পৰা গৈছে । মঙলবাৰে গৌমতী জিলাৰ ৱাগম আৰক্ষীয়ে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীৰ এটা দলক আটক কৰিবলৈ সক্ষম হৈছে ।

ত্ৰিপুৰাৰ গৌমতী জিলাৰ ৱাগমা ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ তালাচীত TR 08 B 0730 নম্বৰৰ গাড়ীৰ পৰা ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় । ধৃত সৰবৰাহকাৰীকেইটা হৈছে প্ৰীতম সাহা,সুমন মজুমদাৰ,সায়ন দেৱনাথ আৰু প্ৰদীপ চৰকাৰ । উল্লেখ্য যে, তেওঁলোক আগৰতলাৰ পৰা শান্তিবজাৰলৈ ড্ৰাগছ লৈ যোৱাৰ সময়তে আৰক্ষীৰ জালত পৰিছে ৷

আনহাতে ধুবুৰীতো ড্ৰাগছ জাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । নিশা ধুবুৰীৰ গৌৰীপুৰৰ পৰা গৈ বজাৰত চলোৱা অভিযানত আৰক্ষীৰ দ্ৱাৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় ঔষধখিনি । আৰক্ষীৰ এই অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় কফ চিৰাফ আৰু নিচাযুক্ত টেবলেট ।

আৰক্ষীয়ে টেবলেট আৰু কফচিৰাফ জব্দ কৰে যদিও পলাই যাবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ী । বালাজানৰ পৰা গৌৰীপুৰ অভিমুখী বাহনত অনা হৈছিল টেবলেটখিনি ৷

লগতে পঢ়ক : পুনৰ ধৰ্ষণকাণ্ড : এইবাৰ নগাঁৱত ধৰ্ষিতা হ'ল কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.