ETV Bharat / international

Oscars 2023: স্মিথ-ক্ৰিছৰ দৰে কাণ্ড ৰোধ কৰিবলৈ অস্কাৰত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে 'Crisis Team'

author img

By

Published : Feb 23, 2023, 1:43 PM IST

অহা ১২ মাৰ্চত লছ এঞ্জেলছত অনুষ্ঠিত হ’ব ৯৫ সংখ্যক একাডেমী বঁটা । ইফালে, একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছৰ মুখ্য কাৰ্যবাহী বিল ক্ৰেমাৰে ২০২৩ চনৰ অস্কাৰৰ বাবে "Crisis Team" গঠনৰ কথা ঘোষণা কৰে ।

Oscars 2023: 'Crisis Team' to be part of Oscars 2023 due to Will Smith-Chris Rock incident
স্মিথ-ক্ৰিছৰ দৰে কাণ্ড ৰোধ কৰিবলৈ অস্কাৰত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে 'Crisis Team'

চিটাৰা ডেস্ক, 23 ফেব্ৰুৱাৰী: ৯৫ তম একাডেমী বঁটা প্ৰদানৰ(95th Academy Awards) আয়োজকসকলে ২০২২ চনৰ বঁটা প্ৰদৰ্শনীত সংঘটিত ঘটনাৰ ফলস্বৰূপে এটা নতুন "Crisis Team" স্থাপন কৰিবলৈ গৈ আছে, 2022 চনৰ 94 সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত সংঘটিত হোৱা এই ঘটনাত হলীউডৰ বিখ্যাত তাৰকা উইল স্মিথে মঞ্চত আয়োজক ক্ৰিছ ৰকক শোধাইছিল এটা পূৰ্ণহতীয়া চৰ(Crisis Team)৷

উল্লেখ্য যে, আগন্তুক ১২ মাৰ্চত লছ এঞ্জেলছত অনুষ্ঠিত হ’বলৈ গৈ আছে ৯৫ সংখ্যক একাডেমী বঁটা । ইফালে, একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছৰ মুখ্য কাৰ্যবাহী বিল ক্ৰেমাৰে(Bill Kramer, chief executive of the AMPAS)২০২৩ চনৰ অস্কাৰৰ বাবে crisis team গঠনৰ কথা ঘোষণা কৰে । ২০২২ চনৰ অস্কাৰত উইল স্মিথ আৰু ক্ৰীছ ৰকৰ সৈতে জড়িত কাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত । crisis team গঠন কৰাৰ উদ্দেশ্য হৈছে বঁটা প্ৰদানৰ সময়ত এনে বিতৰ্কিত ঘটনা যাতে পুনৰ সংঘটিত নহয় যাতে অনুষ্ঠানটি সুন্দৰকৈ পৰিচালনা কৰিব পৰা যায় তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে(Oscars Crisis Team)।

যদি এনেকুৱা কিবা হয়, আমি সাজু হ’ম - ক্ৰেমাৰ

ক্ৰেমাৰে এক সাক্ষাৎকাৰত কয় যে- ‘আমাৰ এটা crisis team আছে । গতিকে আমি আশা কৰিছো যে, পূৰ্বৰ দৰে ঘটনা হ’লে আমি সম্পূৰ্ণৰূপে সাজু হোৱাৰ পৰিকল্পনা কৰিছো(Chris Rock)। আমি এনে বহু প্লেনিং কৰিছো, যিসমূহৰ ওপৰত আমি পূৰ্বে বিশেষ গুৰুত্ব দিয়া নাছিলো(Oscar Awards)। স্মিথ আৰু ক্ৰীছ ৰক কাণ্ডৰ বিষয়ে কোৱাৰ সময়ত ক্ৰেমাৰে লগতে কয় যে, 'তেতিয়াৰ পৰা একাডেমীয়ে অস্কাৰত ঘটা বহু বিষয়ৰ প্ৰতি অধিক চিন্তা কৰিবলৈ আৰম্ভ কৰিছে ।'

আশাকৰোঁ আমি এই সংকটকালীন দলটো ব্যৱহাৰ কৰিবলগীয়া নহয়- ক্ৰেমাৰ

ক্ৰেমাৰে আৰু কয় যে, 'বঁটাৰ সময়ত এনে যিকোনো কাণ্ডৰ বাবে Crisis Communication Team তাত উপস্থিত থাকিব ।' যদি এনেকুৱা ধৰণৰ ঘটনা পুনৰ সংঘটিত হয় তেন্তে দলটোৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব । অৱশ্যে মই আশা কৰিছো যে এনেকুৱা একো নহয় আৰু আমি এই Crisis Teamটোক ব্যৱহাৰ কৰিবলগীয়া নহয় ৷

উইল স্মিথ আৰু ক্ৰীছ ৰক স্লেপ কেলেংকাৰীৰ বিষয়ে গোটেই কথাটো কি আছিল ?

২০২২ চনত অস্কাৰ অনুষ্ঠানৰ সময়ত উপস্থিত হোৱা উইল স্মিথে আমেৰিকাৰ কমেডিয়ান তথা অনুষ্ঠানৰ আয়োজক ক্ৰীছ ৰকক চৰ মাৰিছিল । আচলতে উইলে কিং ৰিচাৰ্ডছৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে । বঁটা গ্ৰহণ কৰিবলৈ যেতিয়া অভিনেতাগৰাকী মঞ্চত উপস্থিত হয়, তেতিয়া আয়োজকজনে তেওঁৰ পত্নী জাডা পিংকেটৰ বিষয়ে ধেমালি কৰে । এই কথা শুনি উইলৰ ইমানেই খং উঠিল যে তেওঁ মঞ্চত আয়োজকজনক চলি থকা অনুষ্ঠানটোৰ মাজতে চৰ মাৰে ।

বিগত ২ দশকত অস্কাৰ বঁটাৰ সময়ত বিতৰ্ক

উইল স্মিথৰ বাহিৰেও অস্কাৰ এৱাৰ্ডৰ সময়ত এনে বহু বিতৰ্কৰ সৃষ্টি হৈছে, যিবোৰৰ ওপৰত বৰ্তমানেও যথেষ্ট চৰ্চা চলি আহিছে ।

লগতে পঢ়ক: Bruce Willis latest news: চিকিৎসা কৰিব নোৱাৰা ডিমেনচিয়া ধৰা পৰিছে অভিনেতা ব্ৰুছ উইলিছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.