ETV Bharat / international

বেলুচিস্তানৰ নাগৰিকৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে দায়ী কোন ! - ৰাজনৈতিক কৰ্মী

বেলুচিস্তান নেচনেল পাৰ্টিৰ সভাপতি অখতাৰ মেংগল পাকিস্তান ডেমক্ৰেটিক আন্দোলন কৰাচী পাৱাৰ শ্ব'ত বেলুচিস্তানৰ লোকসকলৰ ওপৰত অত্যাচাৰী ইমৰান খান চৰকাৰক উদ্দেশ্যি কয় যে, পাকিস্তানক এই অত্যাচাৰীতাৰ বাবে দোষাৰোপ কৰাটো উচিত নহয় ৷ যাক দোষাৰোপ কৰা উচিত তেওঁক দোষাৰোপ কৰিব লাগে বুলি মন্তব্য প্ৰদান ।

If not Pakistan, who is responsible for atrocities on Baloch people? asks BNP
যদিহে পাকিস্তান নহয় তেতিয়াহলে বেলুচিস্তানৰ নাগৰিকৰ ওপৰত কৰা অত্যাচাৰৰ বাবে দায়ী কোন ? BNP
author img

By

Published : Oct 19, 2020, 10:28 PM IST

নিউজ ডেস্ক, 19 অক্টোবৰ : বেলুচিস্তান নেচনেল পাৰ্টিৰ সভাপতি অখতাৰ মেংগল পাকিস্তান ডেমক্ৰেটিক আন্দোলন কৰাচী পাৱাৰ শ্ব'ত বেলুচিস্তানৰ লোকসকলৰ ওপৰত অত্যাচাৰী ইমৰান খান চৰকাৰক উদ্দেশ্যি কয় যে, যদিহে পাকিস্তান নহয় তেতিয়াহলে এই অত্যাচাৰীতাৰ বাবে কোন দায়ী ৷

তেওঁ লগতে পুনৰ কয় যে, এয়া পাকিস্তান, যাক ইছলামিক ৰাষ্ট্ৰ ঘোষণা কৰা হৈছে ৷ লগতে বেলুচিস্তানৰ লোকসকলে তেওঁলোকে সন্মুখীন হোৱা অত্যাচাৰী তাৎপৰ্যৰ বাবেও অনুতৰ্ধ কৰিব নোৱাৰে । এই ঘটনা সন্দৰ্ভত কয় যে, যদি আমি পাকিস্তান চৰকাৰক দোষ নিদিওঁ, তেন্তে আমি কাক দোষ দিম? বুলি প্ৰশ্নৰ উত্থাপন কৰে ৷

লগতে পঢ়ক : মিজোৰ আগ্ৰাসনঃ কৰিমগঞ্জত উপস্থিত ৰাজ্যৰ প্ৰধান গৃহ সচিব আৰু এডিজিপি

উল্লেখ্য যে, বেলুচিস্তান হৈছে এক সম্পদ সমৃদ্ধ অঞ্চল কিন্তু বিগত কেইবা বছৰৰ পৰা উক্ত অঞ্চলত স্বাধীনতাৰ বাবে আন্দোলন চলি আছে । বহুতো এই সন্দৰ্ভত বিশ্বাস কৰে যে, এই অঞ্চলত ১৯৪৭ চনৰ আগতে স্বাধীন আছিল আৰু পাকিস্তানৰ দ্বাৰা বলপূৰ্বকভাৱে দখল কৰা হৈছিল ।

পাকিস্তান সেনাই বেলুচিস্তানত কেইবাটাও অভিযান আৰম্ভ কৰিছে আৰু অপৰাধীসকলক সমৰ্থন কৰিছে যাক স্থানীয় লোকে "মৃত্যু দল" বুলি অভিহিত কৰিছে ।

বেলুচিস্তান প্ৰদেশৰ বৃহৎ সংখ্যক ৰাজনৈতিক কৰ্মী, বৌদ্ধিক, মহিলা আৰু শিশু নিৰাপত্তা সংস্থাসমূহে নিৰুদ্দেশ হোৱা ভুক্তভোগী সকলক ডিটেইনচন কেম্পত আছে আনহাতে, এইবোৰৰ কিছুমান অপহৰণ কৰা বেলুচৰ উৱলি যোৱা দেহ বোৰ পৃথক স্থানত পোৱা যায় বুলি বিশ্বাসী ৷

লগতে পঢ়ক : মধ্য প্ৰদেশত মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মৌন প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.