ETV Bharat / international

ফ্ৰান্সৰ পৰা দিল্লীলৈ গৈ থকা বিমানৰ জৰুৰী অৱতৰণ

পেৰিছৰ পৰা নতুন দিল্লীলৈ গৈ থকা বিমানৰ জৰুৰী অৱতৰণ ৷ এজন উচ্ছৃংখল যাত্ৰীৰ বাবে বাৰ্লগেৰিয়াৰ চফিয়াত জৰুৰী অৱতৰণ কৰে বিমানখনে ৷ জৰুৰী অৱতৰণ কৰি যাত্ৰীজনক 24 ঘন্টাৰ বাবে আটক ৷

ফ্ৰান্সৰ পৰা দিল্লীলৈ গৈ থকা বিমানৰ জৰুৰী অৱতৰণ
ফ্ৰান্সৰ পৰা দিল্লীলৈ গৈ থকা বিমানৰ জৰুৰী অৱতৰণ
author img

By

Published : Mar 7, 2021, 9:22 PM IST

ইন্টাৰনেচনেল ডেক্স 7 মাৰ্চঃ শুকুৰবাৰে পেৰিছৰ পৰা নতুন দিল্লীলৈ গৈ থকা বিমানৰ জৰুৰী অৱতৰণ ৷ এজন উচ্ছৃংখল যাত্ৰীৰ বাবে বাৰ্লগেৰিয়াৰ চফিয়াত জৰুৰী অৱতৰণ কৰে বিমানখনে ৷ বিমানখনে উৰা মৰাৰ ক্ষন্তেক পাছতেই এজন ভাৰতীয় যাত্ৰীয়ে প্ৰথমতে ক্ৰু মেম্বাৰৰ সৈতে কাজিয়াত লিপ্ত হয় আৰু তাৰ পাছতেই ক্ৰু মেম্বাৰক আক্ৰমণৰ লক্ষ্য কৰে ৷ আনকি ককপিটতো টুকুৰিয়াই উচ্ছৃংখল ভাৰতীয় যাত্ৰীগৰাকীয়ে ৷

বাৰ্লগেৰিয়াৰ চফিয়াত বিমানখনে জৰুৰী অৱতৰণ কৰি যাত্ৰীজনক 24 ঘন্টাৰ বাবে আটক কৰে ৷ বুলেৰিয়াৰ নিউজ এজেঞ্চী (বিটিএ)ৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ বিষয়টো চফিয়াৰ ভাৰতীয় দূতাবাসক অৱগত কৰা হয় ৷

লগতে পঢ়কঃ এম বাথা সন্দৰ্ভত বি ছাউৰাইগ্ৰাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.