ETV Bharat / international

প্ৰথম বছৰৰ তুলনাত কৰ'ণাৰ দ্বিতীয় বছৰ অধিক কঠিন হ'ব : WHO

author img

By

Published : Jan 14, 2021, 6:15 PM IST

Updated : Jan 14, 2021, 10:18 PM IST

বিশ্ব স্বাস্থ্য় সংস্থাৰ এক জৰুৰীকালীন অনুষ্ঠানত কাৰ্যবাহী নিৰ্দেশক মাইকেল ৰেয়ানে কোৱা মতে, সংক্ৰমণৰ গতিৰ প্ৰতি লক্ষ্য় ৰাখি কৰ'ণাৰ দ্বিতীয় বছৰ অধিক কঠিন হ'ব ।

প্ৰথম বছৰৰ তুলনাত কৰ'ণাৰ দ্বিতীয় বছৰ বেছি কঠিন হ'ব : বিশ্ব স্বাস্থ্য় সংস্থা

ইন্টাৰনেশ্যনেল ডেস্ক,১৪ জানুৱাৰী : কৰ'ণা মহামাৰীৰ প্ৰথম বছৰৰ তুলনাত দ্বিতীয় বছৰত ইয়াৰ সংক্ৰমণৰ গতি অত্য়াধিক হ'ব পাৰে । বিশ্ব স্বাস্থ্য় সংস্থাৰ এক জৰুৰীকালীন অনুষ্ঠানত কাৰ্যবাহী নিৰ্দেশক মাইকেল ৰেয়ানে ঘোষণা কৰিলে এই কথা । তেওঁ বুধবাৰে এক প্ৰশ্নোত্তৰ শিতানত কয়, "আমি মহামাৰীৰ দ্বিতীয় বছৰলৈ আগবাঢ়িছো আৰু এনে সময়ত ভাইৰাছৰ সংক্ৰমণৰ গতিৰ লগতে আন বিষয়বোৰ লক্ষ্য় কৰিলে দ্বিতীয় বছৰটো অধিক কঠিন হোৱাৰ সম্ভাৱনা দেখা যায় ।"

উল্লেখ্য যে, যোৱা ১১ মাৰ্চত বিশ্ব স্বাস্থ্য় সংস্থাই কৰ'ণাক মহামাৰী হিচাপে ঘোষণা কৰিছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈ বিশ্বত প্ৰায় ৯২.১ নিযুত ব্য়ক্তি সংক্ৰমিত হৈছে আৰু ১.৯২ নিযুত লোকৰ মৃত্য়ু হৈছে ৷

লগতে পঢ়ক : য়েমেনত সেনা আৰু হাউথিৰ মাজৰ সংঘৰ্ষত ১২ জনৰ মৃত্যু

Last Updated : Jan 14, 2021, 10:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.