বিশ্ব
- ১৭৭৬ : আজিৰ দিনটোতে কেপ্টেইন জেমছ কুকে আৰম্ভ কৰিছিল নিজৰ তৃতীয়টো সাগৰীয় যাত্ৰা ।
- ১৭৯০ : ফৰাছী বিপ্লৱৰ সময়ত আজিৰ দিনটোতেই ফ্ৰান্সৰ সকলো কেথলিক গীৰ্জাঘৰ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণলৈ অনা হৈছিল ।
- ১৯৪৩ : দ্বিতীয় বিশ্বযুদ্ধত আজিৰ দিনটোতেই সংঘটিত হৈছিল জাৰ্মানী আৰু ৰাছিয়াৰ মাজত বিখ্যাত প্ৰখঅ'ৰভকা যুদ্ধ য'ত ৰাছিয়াৰ হাতত পতন ঘটিছিল জাৰ্মানীৰ ।
- ২০০৬ : আজিৰ দিনটোতেই আৰম্ভ হৈছিল লেবাননৰ গৃহযুদ্ধৰ ।
ভাৰত
- ১৫৭৬ : বংগৰ নবাবক ৰাজ মহলৰ যুদ্ধত পৰাস্ত কৰি মোগলৰ বংগদেশ দখল ।
- ১৭৯৯ : ৰঞ্জিত সিং ৰ দ্বাৰা লাহোৰ দখল কৰি নিজকে পাঞ্জাৱৰ মহাৰাজা ঘোষণা ।
- ১৯৪৯ : মহাত্মা গান্ধীক হত্যাৰ পাছত আৰ এছ এছৰ ওপৰত থকা নিষিদ্ধ ঘোষণা উঠাই লোৱা হয় ।
- ১৯৯১ :আজিৰ দিনটোতে ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান লাভ কৰে ।
অসম
- ১৮৯৩ : আজিৰ দিনটোতে অসমৰ প্ৰথম শিশু আলোচনী 'ল'ৰাবন্ধু'ৰ প্ৰতিষ্ঠাপক সম্পাদক কৰুণাভিৰাম বৰুৱাৰ মৃত্যু হয় ৷
- ২০০৫ : আজিৰ দিনটোতে বাতিল কৰা হৈছিল বিৰ্তকিত আই এম ডি টি আইন ।
জন্ম
- ১০০BC : ৰোমৰ সেনা প্ৰধান জুলিয়াছ ছিজাৰ ।
- ১৯০৯ : বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা বিমল ৰয় ।
- ১৯৬৫ : জনপ্ৰিয় ক্ৰিকেট ধৰাভাষ্যকাৰ সঞ্জয় মঞ্জেৰকাৰ ।
- ১৯৯৭ : নবেল বটা বিজয়ী মালালা ইউছুফজাই ।
মৃত্যু
- ১৯৯৯ : বলিউদৰ অভিনেতা ৰাজেন্দ্ৰ কুমাৰ ।
- ২০১২ : মলযুজাৰু, ৰাজনীতিক তথা অভিনেতা দাৰা সিং ।