ETV Bharat / international

ম্যানমাৰক 250 টা গৃহ হস্তান্তৰ ভাৰতৰ

author img

By

Published : Jul 10, 2019, 5:43 PM IST

ৰাখেইন প্ৰদেশত নিৰ্মাণ 250 টা গৃহ ৷ 2017 চনত ভাৰত আৰু ম্যানমাৰৰ মাজত সম্পাদিত হৈছিল বুজাবুজি চুক্তি ৷ বাংলাদেশৰ পৰা গৈ ম্যানমাৰত আশ্ৰয় গ্ৰহণ কৰা শৰণাৰ্থীৰ বাবে আৱন্টিত উক্ত গৃহ

ম্যানমাৰক 250 টা গৃহ হস্তান্তৰ ভাৰতৰ

নিউজ ডেস্ক, 10 জুলাই : 2017 চনত ভাৰত আৰু ম্যানমাৰৰ মাজত সম্পাদিত হোৱা বুজাবুজি চুক্তি অনুসৰি 250 টা গৃহ ম্যানমাৰক হস্তান্তৰ কৰে ভাৰতে ৷ এই আটাইকেইটা গৃহ বাংলাদেশৰ পৰা গৈ ম্যানমাৰত আশ্ৰয় গ্ৰহণ কৰা শৰণাৰ্থীৰ বাবে আৱন্টিত৷ ম্যানমাৰৰ ৰাখেইন প্ৰদেশত নিৰ্মাণ কৰা হৈছে গৃহকেইটা ৷ নিৰ্মিত ঘৰকেইটাৰ নথি-পত্ৰ ৰাজ্যখনৰ শক্তি আৰু পৰিবহণ মন্ত্ৰী U Aung Kyaw Zan ক হস্তান্তৰ কৰে ভাৰতীয় ৰাষ্ট্ৰদূত সৌৰভ কুমাৰে ৷

উল্লেখ্য যে বাংলাদেশৰ চুবুৰীয়া প্ৰদেশ ৰাখেইনৰ আৰ্থ-সামাজিক দিশ উন্নয়নৰ বাবে ভাৰত আৰু ম্যানমাৰৰ মাজত 2017 চনত এক বুজাবুজিৰ চুক্তি সম্পন্ন হৈছিল ৷ সেই চুক্তি অনুযায়ী প্ৰথম পৰ্যায়ত ভাৰতে নিৰ্মাণ কৰে এই 250 টা গৃহ ৷ ভাৰত চৰকাৰে আৰু 22 টা প্ৰস্তাৱ আগবঢ়াইছে য’ত সন্নিৱিষ্ট আছে কৃষি, শক্তি ইত্যাদি একাধিক আঁচনি ৷

Intro:Fulfilling its commitment, India has handed over documents related to 250 pre-fabricated houses to government of Myanmar. These houses will be alloted to displaced returnees from Bangladesh. They are built under Rakhine State Development Programme.

Body:The documents of the pre-fabricated houses were handed over to Rakhine State government's Minister of Electricity and Transportation U Aung Kyaw Zan by Indian Ambassador to Myanmar Saurabh Kumar.

Both India and Myanmar governments signed an MoU in 2017. In which India aimed to contribute to the socio-economic development of the area.

Conclusion:The construction of 250 houses was the first initiative under the Rakhine State Development Programme. Government of India has submitted 22 more proposals which includes solar power related projects, construction related projects, agriculture mechanisation projects and capacity building projects which are under consideration.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.