নিউজ ডেস্ক, ২২ মাৰ্চ: পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ নকৰে ভাৰতে ৷ এই অনুষ্ঠানৰ বাবে পাকিস্তানী উচ্চায়ুক্তই জম্মু - কাশ্মীৰৰ বিছিন্নতাবাদী নেতাসকলকো নিমন্ত্ৰণ জনাইছিল বুলি খবৰ পোৱা গৈছিল ।
উল্লেখ্য যেইছলামাবাদত ২৩ মাৰ্চত ৰাষ্ট্ৰীয় দিৱস পালন কৰাৰ বিপৰীতে দিল্লীস্থিত পাকিস্তানী উচ্চায়ুক্তৰ কাৰ্যালয়ত মাৰ্চৰ ২২ তাৰিখে এই দিৱস পালন কৰা হয় ।