নিউজ ডেস্ক: ৰাষ্ট্ৰসংঘত ভাৰত-পাকিস্তানৰ মুখামুখিত উত্থাপিত হ'ব কাশ্মীৰৰ বিষয়ৰ ৷ ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে 27 চেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক কৰিবলগীয়া সম্বোধনত কাশ্মীৰৰ বিষয়টোৱে কেন্দ্ৰীয় স্থান পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷
উল্লেখ্য যে , এতিয়ালৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কাশ্মীৰ সন্দৰ্ভত 23 টাকৈ প্ৰস্তাৱ গৃহীত কৰিছে ৷
ঘটনালানি এইধৰণৰ -
1948 চনৰ পৰা 1971 চনলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কাশ্মীৰ বিষয়ৰ মধ্যস্থতা আৰু সমাধানৰ বাবে 23 টাকৈ প্ৰস্তাৱ সদৰী কৰিছিল ৷
1948 চনৰ 1 জানুৱাৰীত ভাৰতে ৰাষ্ট্ৰসংঘৰ চনদৰ ষষ্ঠ অধ্যায়ৰ অধীনত পাকিস্তানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ৷ কাশ্মীৰত জনজাতিৰ ওপৰত হোৱা আক্ৰমণত পাকিস্তানৰ ভূমিকা থকা বুলি এই অভিযোগ দিছিল ভাৰতে ৷
প্ৰত্যাৱৰ্তনৰ চুক্তিৰ ভিত্তিত ভাৰতৰ জম্মু-কাশ্মীৰৰ দাবী ৷
ভাৰতে মহাৰাজ হৰি সিংৰ সৈতে হোৱা প্ৰত্যাৱৰ্তনৰ চুক্তিৰ ভিত্তিত ৰাজশাসিত কাশ্মীৰক নিজৰ আইনী অধিকাৰ বুলি দাবী কৰে ৷
ভাৰতে কাশ্মীৰক অধিগ্ৰহণ কৰা বুলি পাকিস্তানৰ দাবী ৷
পাকিস্তানে জনজাতিৰ আক্ৰমণকাৰীক সহায় কৰাৰ কথা অস্বীকাৰ কৰে আৰু ভাৰতৰ বিৰুদ্ধে কাশ্মীৰ অধিগ্ৰহণ কৰাৰ অভিযোগ আনে ৷
1948 চনৰ 17 জানুৱাৰী - ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ 38 গৃহীত ৷ সংযমৰ আহ্বান ৷
1948 চনৰ 17 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে প্ৰস্তাৱ 38 গৃহীত কৰে ৷ কাশ্মীৰৰ সংঘাতৰ সম্পৰ্কত দুয়োখন ৰাষ্ট্ৰকে সংযম ৰক্ষা কৰিবলৈ নিৰাপত্তা পৰিষদে আহ্বান জনায় ৷
দুয়োখন ৰাষ্ট্ৰই কাশ্মীৰ সংঘাত সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ কমিছনৰ মধ্যস্থতাৰ বাবে সন্মত হয় ৷
1948 চন, 20 জানুৱাৰী - ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে প্ৰস্তাৱ 39 গৃহীত কৰে ৷ এই প্ৰস্তাৱমৰ্মে তিনি ৰাষ্ট্ৰৰ সদস্যৰে গঠিত ৰাষ্ট্ৰসংঘৰ কমিছনে কাশ্মীৰৰ সংঘাতক লৈ অনুসন্ধান, দুয়োখন ৰাষ্ট্ৰৰ মাজত মধ্যস্থতাৰ কাম কৰিব ৷
1948 চন, 21 এপ্ৰিল - ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ 47 গৃহীত ৷
প্ৰস্তাৱ 47 অনুসৰি ৰাষ্ট্ৰসংঘৰ কমিছনৰ সদস্য সংখ্যা 3 ৰ পৰা 5 লৈ বৃদ্ধি হয় ৷ পাকিস্তানে সেনা প্ৰত্যাহাৰ কৰে ৷ শৰণাৰ্থীৰ প্ৰত্যাৱৰ্তন ৷ ৰাজনৈতিক বন্দীৰ মুক্তি দিয়া হয়৷ ৰাষ্ট্ৰসংঘই কাশ্মীৰৰ গণভোটক পৰিদৰ্শন কৰাৰ কথা কয় ৷ ভাৰতে সীমান্তত আইন-শৃংখলা ৰক্ষাৰ বাবে সীমিত সেনাবাহিনী মোতায়েনৰ বাবে অনুমতি জনায় ৷
1949 চন -যুদ্ধবিৰতিৰ চুক্তিৰ ঘোষণা
ভাৰত আৰু পাকিস্তান, দুয়োখন দেশে যুদ্ধবিৰতিৰ চুক্তি গ্ৰহণ কৰে ৷ ৰাষ্ট্ৰসংঘক এই যুদ্ধবিৰতিক পৰিদৰ্শন কৰিবলৈ অনুমোহন জনায় ৷
1949 চনৰ 5 জানুৱাৰী - জম্মু আৰু কাশ্মীৰ গণভোটৰ তদাৰকী শাসনৰ অধীনত থাকিব লাগে বুলি ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ ৷
1949 চনৰ 5 জানুৱাৰী তাৰিখে ভাৰতে গণভোটৰ ক্ষেত্ৰত প্ৰভাৱিত কৰিব বুলি পাকিস্তানে শংকা প্ৰকাশ কৰাৰ বাবে ৰাষ্ট্ৰসংঘই জম্মু আৰু কাশ্মীৰক গণভোট প্ৰশাসকৰ নিয়ন্ত্ৰণত ৰখা উচিত বুলি প্ৰস্তাৱ দিয়ে ৷
1949 চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতি ম্যাকনটনে সামৰিক যুদ্ধ প্ৰত্যাহাৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতাৰ চেষ্টা কৰে যদিও বিফল হয় ৷
1950 চন - ভাৰত আৰু পাকিস্তানৰ বিবাদ নিষ্পত্তিৰ বাবে গঠিত হোৱা UNCIPক ৰাষ্ট্ৰসংঘৰ একক প্ৰতিনিধি ওৱেন ডিক্সনে স্থলাভিষিক্ত কৰে ৷ যিয়ে তাৰ কেইদিনমান পাচতেই ভাৰত-পাকিস্তানৰ বিবাদৰ সমাধানৰ আশা নাই বুলি ঘোষণা কৰে ৷
ওৱেন ডিক্সনে কাশ্মীৰৰ অঞ্চলে অঞ্চলে গণভোট অন্যথা কাশ্মীৰ উপত্যকাৰ সন্দেহজনক এলেকাত গণভোটৰ বাবে আহ্বান জনায় ৷ ভাৰত আৰু পাকিস্তানে ডিক্সনৰ প্ৰস্তাৱৰ সৈতে একমত হ'ব নোৱাৰিলে ৷ পৰৱৰ্তীকালত ফ্ৰেংক গ্ৰাহাম আৰু গানাৰ জাৰিঙৰ প্ৰচেষ্টাও অসফল হয় ৷
1951 চনৰ মাৰ্চত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিক পৰ্যবেক্ষণ কৰিবৱৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা UNMOGIP অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ সামৰিক গতিবিধি পৰ্যবেক্ষক দল গঠন কৰে ৷ ই ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধবিৰতিৰ সীমা পৰ্যবেক্ষণ কৰে ৷ এতিয়া যাক লাইন অৱ কন্ট্ৰল বুলি কোৱা হয় ৷
কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ সুদীৰ্ঘ বিবাদ
ইয়াৰ পাচতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে গণভোটৰ জৰিয়তে পূৰ্বৱৰ্তী চৰ্তসমূহখিনি ৰাখি ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদক চূড়ান্ত নিষ্পত্তিৰ বাবে আন এক প্ৰস্তাৱ গৃহীত কৰে ৷
1965 চনৰ ভাৰত- পাকিস্তান যুদ্ধৰ পাচৰ পৰা ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ কমি আহে ৷
ষাঠিৰ দশকত পাকিস্তানে কাশ্মীৰৰ বিষয়টোক উত্থাপন কৰিয়ে থাকে যদিও ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ কমি আহে ৷
1965 চনৰ 29 চেপ্টেম্বৰত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ তীব্ৰ হেঁচাত ৰাষ্ট্ৰসংঘৰ উপস্থিতিত যুদ্ধবিৰতি চুক্তিত মান্তি হয় ৷
তাশখান্দ শান্তি চুক্তিৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰসংঘই এই বিবাদৰ পৰা আঁতৰি যায় ৷
শেষৰটো কাশ্মীৰ সম্পৰ্কিত সিদ্ধান্ত বা প্ৰস্তাৱটো 1971 চনৰ বাংলাদেশ যুদ্ধৰ পাচত লোৱা হয় আৰু ই গৈ ছিমলা চুক্তিত সামৰণি পৰে ৷
ছিমলা চুক্তিৰ পৰৱৰ্তীকালত ভাৰতে কাশ্মীৰ বিষয়টোক দ্বিপাক্ষিক বুলি অভিহিত কৰে ৷
তেতিয়াৰ পৰাই ভাৰতে ছিমলা চুক্তিৰ পৰাই ৰাষ্ট্ৰসংঘৰ সকলো প্ৰস্তাৱ সমাপ্ত হোৱা বুলি কৈ কাশ্মীৰ সমস্যাক কেৱল দ্বি-পাক্ষিক বুলি কয়, আনহাতে পাকিস্তানে এই চুক্তিৰ পাচতো ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ প্ৰয়োজন বুলি দাবী কৰি আহিছে ৷
গতিকেই অহা 27 চেপ্টম্বৰত ৰাষ্ট্ৰসংঘৰ মজিয়াত হ'বলগীয়া ভাৰত আৰু পাকিস্তানৰ এই সাক্ষাৎ অতি তাৎপৰ্যপূৰ্ণ হৈ পৰিছে ৷

Intro:Body:
FOCUS ON KASHMIR AS INDIA-PAK FACE OFF AT UN
NARENDRA MODI, IMRAN KHAN TO ADDRESS UNGA ON SEPT 27
Kashmir is expected to take centre stage as India and Pakistan are all set for a face-off at the United Nations, with both the Prime Ministers, Narendra Modi and Imran Khan to address the UN General Assembly on September 27.
UNSC PASSED 23 RESOLUTIONS ON KASHMIR
Between 1948 and 1971, the United Nations Security Council passed 23 resolutions, which were aimed at mediation and providing a solution to the Kashmir conflict.
JAN 1, 1948: INDIA LODGES COMPLAINT UNDER CHAPTER VI
It all began on January 1, 1948, when India lodged a complaint under Chapter VI of the UN Charter, accusing Pakistan of aiding the tribal invasion in Jammu and Kashmir.
INDIA CLAIMS J-K BY VIRTUE OF TREATY OF ACCESSION
India claimed that the entire erstwhile princely state of Jammu and Kashmir legally belonged to her by virtue of the treaty of accession signed by its ruler Maharaja Hari Singh.
INDIA ANNEXED KASHMIR, CLAIMS PAK
Pakistan however, denied aiding the raiders, and in turn accused India of annexing Kashmir.
JAN 17, 1948: UNSC PASSES RESOLUTION 38, CALLS FOR RESTRAINT
On January 17, 1948, UNSC passed Resolution 38, its first on Kashmir, calling on India and Pakistan to exercise restraint.
The neighbours agreed to the appointment of a UN Commission to mediate between them.
JAN 20, 1948: 3-MEMBER UN COMMISSION CREATED
On January 20, UNSC passed Resolution 39, creating the 3-member UN Commission for India and Pakistan, which was to 'investigate' the dispute and mediate.
APRIL 21, 1948: UNSC PASSES RESOLUTION 47
RESOLUTION 47: MEMBERSHIP OF UNCIP EXPANDED TO 5 FROM 3
RESOLUTION 47: PAK TO WITHDRAW TROOPS, TRIBESMEN
RESOLUTION 47: RETURN OF REFUGEES, RELEASE OF POLITICAL PRISONERS
RESOLUTION 47: UN-SUPERVISED PLEBISCITE IN J-K
RESOLUTION 47: INDIA ALLOWED MINIMAL TROOPS FOR LAW AND ORDER
Led by Britain and the US, UNSC passed Resolution 47 on April 21, 1948, which expanded the membership of the UNCIP from 3 to 5, and called for cessation of hostilities between India and Pakistan, withdrawal of all Pakistani troops and tribesmen and bulk of Indian troops, allowing return of refugees, release of political prisoners and holding of a UN-supervised Plebiscite in Jammu and Kashmir. India was allowed to deploy a minimal number of troops to maintain law and order.
1949: CEASEFIRE LINE DRAWN
The two countries accepted the cease-fire plan and allowed the UN to observe the ceasefire from January 1, 1949.
JAN 5, 1949: J-K SHOULD BE UNDER PLEBISCITE ADMIN, PROPOSES UN
On January 5, 1949, to address Pakistan's fears that India may try to influence the plebiscite, the UN proposed that Jammu and Kashmir should be under the full control of the Plebiscite Administrator.
DECEMBER 1949: UNSC PREZ McNAUGHTON UNSUCCESSFUL AT MEDIATION
In December 1949, UNSC President General AGL McNaughton unsuccessfully tried to mediate between Indian and Pakistan, calling for demilitarization.
1950: UNCIP REPLACED BY UN REPRESENTATIVE OWEN DIXON
The UNCIP was then replaced by a single UN representative Owen Dixon in 1950, who soon concluded that there was little or no hope regarding an Indo-Pak agreement on demilitarization.
DIXON PROPOSES EITHER 'REGIONAL' PLEBISCITES, OR ONLY IN VALLEY
Dixon proposed holding plebiscites either region by region or only in the 'doubtful' region, the Kashmir valley.
INDIA, PAK DISAGREE ON DIXON PROPOSALS
But India and Pakistan could not come to an agreement on the Dixon proposals.
FRANK GRAHAM, GUNNAR JARRING FOLLOW, REMAIN UNSUCCESSFUL
Dixon was then succeeded by Frank Graham, followed by Gunnar Jarring, who were both unsuccessful in making any headway.
MARCH 30, 1951: UNMOGIP ESTABLISHED TO MONITOR CEASEFIRE
As the mandate of UNCIP terminated, UNSC passed Resolution 91 on 30 March, 1951, which established the United Nations Military Observer Group in India and Pakistan to monitor the ceasefire line, now called the Line of Control.
UNSC then passed another resolution which reiterated earlier resolutions that called for a final settlement of the dispute through a plebiscite.
UN INVOLVEMENT REDUCES AFTER 1965 WAR
Although Pakistan kept raising the Kashmir issue in the 60s, UN involvement considerably reduced after the Indo-Pak war of 1965.
SEPT 29, 1965: INDIA, PAK AGREE TO CEASEFIRE
After intense pressure applied by US and the Soviet Union, India and Pakistan agreed to observe a UN-sponsored ceasefire on September 29, 1965.
UN MOVES AWAY AFTER TASHKENT AGREEMENT
The UN was virtually elbowed out of the Kashmir dispute by Russia after the war, when it negotiated the Tashkent Peace Agreement between the two neighbours.
LAST RESOLUTION CAME IN BACKDROP OF 1971 WAR
The last of Kashmir-related resolutions demanded ceasefire and came in the backdrop of the 1971 Bangladesh war, which eventually led to the Simla agreement.
SINCE SIMLA AGREEMENT, INDIA MAINTAINS THAT ISSUE IS BILATERAL
PAKISTAN CLAIMS IT DOES NOT RULE OUT UN INTERVENTION
Ever since, India has maintained that the Simla Agreement overrides all prior UN resolutions on Kashmir as it meant that the dispute would be settled bilaterally. Pakistan however, felt the agreement did not rule out UN involvement.
Conclusion: