ETV Bharat / international

এতিয়াৰে পৰা Tiktok ৰ ওপৰত কাৰ্যকৰী ন'হব ট্ৰাম্প প্ৰশাসনৰ নিষেধাজ্ঞা

Tiktok ৰ ওপৰত আৰু কাৰ্যকৰী ন'হব ট্ৰাম্প প্ৰশাসনৰ নিষেধাজ্ঞা ৷ Tiktok ৰ ওপৰত ট্ৰাম্প প্ৰশাসনে আৰোপ কৰা নিষেধাজ্ঞাক স্বেচ্ছাচাৰী আখ্যা সংযুক্ত ৰাষ্ট্ৰৰ ন্যায়াধীশৰ ৷ ট্ৰাম্প প্ৰশাসনক Tiktok ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰিছে সংযুক্ত ৰাষ্ট্ৰৰ ন্যায়াধীশে ৷

US judge blocks Trump administration restrictions on TikTok
টিকটকৰ ওপৰত কাৰ্যকৰী ন'হব ট্ৰাম্প প্ৰশাসনৰ নিষেধাজ্ঞা
author img

By

Published : Dec 8, 2020, 12:41 PM IST

নেচনেল ডেস্ক, 8 ডিচেম্বৰ: এতিয়াৰে পৰা চীনা কোম্পানী বাইটডান্সৰ মালিকানাধীন ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম টিকটকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব নোৱাৰিব ট্ৰাম্পে প্ৰশাসনে ৷ ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম টিকটকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত ট্ৰাম্প প্ৰশাসনক সংযুক্ত ৰাষ্ট্ৰৰ ফেডাৰেল ন্যায়াধীশৰ বাধা প্ৰদান ৷

ট্ৰাম্প প্ৰশাসনে টিকটকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত থকা অধিকাৰৰ সময় ইতিমধ্যে পাৰ কৰিছে বুলি কোৱাৰ লগতে ন্যায়াধীশে এই কাৰ্যক স্বেচ্ছাচাৰী বুলিও আখ্যা দিয়ে ৷

চীনা চৰকাৰে সংযুক্ত ৰাষ্ট্ৰ নাগৰিকসকলৰ তথ্য গোপনভাৱে পৰিদৰ্শন কৰাৰ অভিযোগত আগষ্ট মাহত ট্ৰাম্প প্ৰশাসনে সংযুক্ত ৰাষ্ট্ৰত Tiktok ৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ অৱশ্যে এই নিষেধাজ্ঞা কাৰ্যত পৰিণত হোৱা নাছিল ৷

20 চেপ্তেম্বৰত এই নিষেধাজ্ঞা সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা কথা আছিল ৷ অৱশ্যে চীনা কোম্পানীটোক সংযুক্ত ৰাষ্ট্ৰৰ হাতত বিক্ৰী কৰাৰ বাবে দিয়া এক প্ৰস্তাবৰ পাছতে নিষেধাজ্ঞাৰ সিদ্ধান্ত বাতিল হয় ৷

লগতে পঢ়ক:হোৱাইট হাউচত বাইডেনৰ অধিকাৰে গ্ল'বেল অৰ্থনীতিৰ বাবে ভাল খবৰ অনাৰ আশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.