ETV Bharat / international

কভিড-19ঃ শীঘ্ৰেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক

ৰাষ্ট্ৰ সংঘৰ প্ৰতিনিধি আৰু সুৰক্ষা পৰিষদৰ সভাপতি চিংগাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, সুৰক্ষা পৰিষদে শেঘ্ৰেই কোভিড-19 ক লৈ আলোচনাত মিলিত হ'ব । বিশ্বত হোৱা পৰিস্থিতিক লৈ তেওঁলোক উদ্বিগ্ন ।

author img

By

Published : Apr 3, 2020, 11:29 AM IST

Updated : Apr 3, 2020, 12:28 PM IST

ইউ এন এচ চি য়ে কোভিড-19ক লৈ শীঘ্ৰেই আয়োজন কৰিব বৈঠক

নিউজ ডেস্ক, 3 এপ্ৰিলঃ বিশ্বত কৰ'ণা ভাইৰাছে প্ৰাণ লৈছে 42,000 ৰো অধিক লোকৰ । ইয়াৰ পিচতে কৰ'ণা ভাইৰাচৰ প্ৰসংগত প্ৰথমবাৰলৈ বৈঠকত বহিব ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদ । এই বৈঠক অহা সপ্তাহ বা তাৰ পৰৱৰ্তী সপ্তাহত অনুষ্ঠিত হ'ব ।

ডমিনিকেন গণৰাজ্যই ধাৰণা কৰা অনুসৰি 15 খন শক্তিশালী দেশে এপ্ৰিল মাহত ঘূৰ্ণন পদ্ধতিত সভাপতিত্ব কৰিব আৰু ভেটো ক্ষমতাৰ অন্যতম অধিকাৰী দেশ চীনৰ পৰা বুটাম লৈ লব ।

কৰ'ণা ভাইৰাচ সমগ্ৰ বিশ্বতে দ্ৰুত গতিত সংক্ৰমণ হৈ থকাৰ পিছতো বিগত মাহত চীনৰ সভাপতিত্বত এই মহামাৰীক লৈ কোনো ধৰণৰ আলোচনা অনুষ্ঠিত নহ'ল ।

ৰাষ্ট্ৰ সংঘৰ প্ৰতিনিধি আৰু সুৰক্ষা পৰিষদৰ সভাপতি চিংগাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, সুৰক্ষা পৰিষদে শীঘ্ৰে কোভিড-19 ক লৈ আলোচনাত মিলিত হ'ব । বিশ্বত হোৱা পৰিস্থিতিক লৈ তেওঁলোক উদ্বিগ্ন ।

বৰ্তমান 9,32,600 কৰ'ণা ভাইৰাচৰ কেচ আহি পৰিছে । 42,000 লোকৰ মৃত্যু হৈছে । আমেৰিকাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত । 2,13,372 জন লোক আক্ৰান্ত হৈছে । আনহাতে ইটালীত এই প্ৰৰ্যন্ত মৃত্যু হৈছে সৰ্বাধিক লোকৰ ।

Last Updated : Apr 3, 2020, 12:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.